ধুবুৰীত হিন্দু ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ শিৱৰাত্ৰিত ফল-মূলৰ দামবৃদ্ধি অসাধু ব্যৱসায়ীৰ
পূজা-পাৰ্বণ আহিলেই ধুবুৰীৰ বজাৰত ফল-মূলৰ দাম বৃদ্ধি পোৱাটো এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে। সেই ঘটনাৰ ব্যতিক্ৰম নঘটি এইবেলিও আজি হিন্দু ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ শিৱৰাত্ৰিৰ প্ৰাকমুহূৰ্তত ধুবুৰীৰ ফল-মূলৰ বজাৰত যেন মূল্যবৃদ্ধিৰ জুই জ্বলিল।…