সম্পাদকীয় : অনলাইন শিক্ষাৰ ভৱিষ্যৎ
ক’ভিড–১৯ মহামাৰীৰ সময়তে অনলাইন শিক্ষাৰ সৈতে সকলো শিক্ষার্থী পৰিচিত হ’ল৷ ইয়াৰ পূর্বে অনলাইন শিক্ষা কমসংখ্যক ছাত্র–ছাত্রীৰ মাজত সীমাবদ্ধ আছিল৷ সম্প্রতি দেশৰ সর্বত্র ইয়াৰ প্রচলন প্রায় বাধ্যতামূলক হৈছে৷ শিক্ষাৰ ক্ষেত্রত অনলাইন শিক্ষাই…