বিশ্বৰ সবাতোকৈ শক্তিশালী দেশৰ তালিকা প্রকাশ ফ’ৰ্বছৰ
🔹 শীর্ষ দহত স্থান নাই ভাৰতৰ : তীব্র প্রতিক্রিয়া
নিউজ ডেস্ক, ৪ ফেব্রুৱাৰী : বিশ্বৰ সবাতোকৈ শক্তিশালী দেশৰ ফ’ৰ্বছে প্রকাশ কৰা ২০২৫ৰ তালিকাত শীর্ষ দহত স্থান নাই ভাৰতৰ৷ এই লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিশ্বৰ বৃহত্তম জনসংখ্যা, চতুর্থ…