বেআইনী কাৰ্যকলাপৰ প্লেটফৰ্ম টেলিগ্ৰাম
টেলিগ্ৰামৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। চৰকাৰৰ দাবী অনুসৰি, NEET-সহ বিভিন্ন পৰীক্ষাৰ প্ৰশ্নপত্ৰ ফাদিল আৰু প্ৰচাৰৰ ক্ষেত্ৰত…