নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

৩২টাকৈ চুৰি টায়াৰ উদ্ধাৰ ভূৰাগাঁও আৰক্ষীৰ

মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ সফল অভিযান। ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বণিকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই দুটাকৈ গভাইত চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চোৰ দুটাৰ পৰা বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। মায়ং…

শ্ল’ভাকিয়াৰ সর্বোচ্চ ৰাষ্ট্রীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী

সর্বাধিক সময় দেশৰ নির্বাচিত প্রধানমন্ত্রী হিচাপে অধিষ্ঠিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গোলকীয় প্রেক্ষাপটত প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে বিশ্বৰ ৩২খন দেশে সর্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ পাছত এইবাৰ শ্ল’ভাকিয়াৰ সর্বোচ্চ…

মেছিৰ হেটট্ৰিকেৰে বিশ্বকাপত ৰাজকীয় আৰম্ভণি আৰ্জেণ্টিনাৰ

ফিফা বিশ্বকাপ ২০২৬ত আৰ্জেণ্টিনাই দৃষ্টিনন্দন প্ৰদৰ্শনেৰে অভিযান আৰম্ভ কৰিছে। প্ৰথমখন মেচত আলজেৰিয়াক ৩-০ গ’লত পৰাস্ত কৰি দলটোৱে স্পষ্ট কৰি দিছে যে বিশ্বকাপৰ মুকুট অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে এইবাৰো শক্তিশালীভাৱে নামিছে। আৰ্জেণ্টিনাৰ জয়ৰ মূল নায়ক…

AJYCP-ৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি বিৰাজ তালুকদাৰৰ দেহাৱসান

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ (এজেৱাইচিপি)-ৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি বিৰাজ তালুকদাৰ (বিজু)ৰ দেহাৱসানত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি জটিল ৰোগত ভুগি থকা বিৰাজ তালুকদাৰে যোৱানিশা নলবাৰী মেডিকেল কলেজ আৰু হাস্পতালত…

জি–৭ সন্মিলনত মোদী–মেক্রনৰ ‘পাৰফেক্ট’ ছেলফি

বিশ্ব ৰাজনীতিৰ হাইভল্টেজ মঞ্চ জি–৭ সন্মিলনত সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে ভাৰতৰ প্রধানমন্ত্রী আৰু ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রনৰ এখন বিশেষ ছবিয়ে৷ ফ্রান্সৰ মনোৰম উপকূলীয় চহৰ নাইচত অনুষ্ঠিত হ’বলগীয়া সন্মিলনখনৰ মাজতে ফ্রান্সৰ…

৫ বছৰত চোৰাং চিকাৰীৰ হাতত মৃত্যু মাত্র ৭টা গঁড়ৰ

অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে বিগত পাঁচ বছৰত সফলতা লাভ কৰিছে৷ চোৰাং চিকাৰীৰ কবলৰ পৰা কাজিৰঙা, মানাহ, ওৰাং ৰাষ্ট্রীয় উদ্যানৰ লগতে পবিতৰা বন্যপ্রাণী সংৰক্ষিত…

লক্ষ্ণৌত আজি শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

লক্ষ্ণৌত এদিনীয়া শৃংখলা দখলৰ লক্ষ্য লৈছে টীম ইণ্ডিয়াই৷ আলহী দল আফগানিস্তানৰ বিপক্ষে খেলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি লক্ষ্ণৌত অনুষ্ঠিত হ’ব৷ শৃংখলাটোৰ বর্ষাবিঘ্নিত প্রথমখন মেচত বিজয় সাব্যস্ত কৰা শুভমন গিল…

সম্পাদকীয় : সামাজিক মাধ্যম আৰু যুৱপ্রজন্মৰ মানসিক স্বাস্থ্য

কিছুদিন পূর্বে ইউনিচেফ আৰু নেচনেল ছার্ভিচ স্কিমৰ এটা যুটীয়া সমীক্ষাত কিছু উদ্বেগজনক তথ্য পোহৰলৈ আহিছিল৷ সেই তথ্য অনুসৰি, অসমৰ প্রায় ৯৫ শতাংশ যুৱপ্রজন্মই চাইবাৰ বুলিং (ইণ্টাৰনেট, ছ’চিয়েল মিডিয়া, মেছেজিং এপ, ই–মেহল বা অন্য ডিজিটেল মাধ্যম)…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ জুন, আহাৰ মাহৰ ২ তাৰিখ বুধবাৰ : তিথি–শুক্লা প্রতিপদ, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : নাই মেষ : আজি আপুনি কোনো কথাত অস্থিৰ হ’ব পাৰে৷ বন্বুূবর্গৰ পৰা সতর্ক হৈ থাকক৷ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷ বৃষ…

ফিফা বিশ্বকাপৰ আকাশচুম্বী খৰচত স্তম্ভিত ফুটবলপ্ৰেমী

আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হৈ থকা ফিফা বিশ্বকাপ ২০২৬ক ইতিহাসৰ অন্যতম বৃহৎ আৰু জাকজমকপূর্ণ প্ৰতিযোগিতা হিচাপে গণ্য কৰা হৈছে। কিন্তু টিকট আৰু হস্পিটেলিটি পেকেজৰ মূল্যই বিশ্বজুৰি ফুটবলপ্ৰেমীক আচৰিত কৰি তুলিছে। বহু মেচৰ বিলাসবহুল…