মুছলপুৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনী হিংসা, BPF-ৰ কাৰ্যালয়ত অগ্নিসংযোগ
বাক্সাৰ ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ অদালবাৰীত সংঘটিত হয় নিৰ্বাচনী হিংসা। দুৰ্বৃত্তই ভাঙিলে অদালবাৰীৰ বিপিএফৰ মুখ্য কাৰ্যালয়ৰ দৰ্জা-খিৰিকী, আচবাব,দুচকীয়া বাহন।
বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকাৰ সময়তে নিৰ্বাচনী…