নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সুৰেৰে জগত জিনিবলৈ আমাৰ মাজলৈ আৰু নাহে জুবিন গাৰ্গ

কণ্ঠশিল্পী, অভিনেতা, চলচ্চিত্ৰকাৰ, সংগীতজ্ঞ আৰু সামাজিক কৰ্মী হিচাপে সকলোৰে বুকুত সাঁচ বহুৱাই তেওঁ  গললৈ। যাৰ গানে সকলোকে আচ্ছাদিত কৰিছিল। তেওঁৰ এখন সাংস্কৃতিক মঞ্চৰ গান উপভোগ কৰিবলৈ লাখ লাখ অনুৰাগী ঠাহ খাই পৰে। তেওঁ অনন্য। তেওঁ আন কোনো…

ছিংগাপুৰত কণ্ঠহীন অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ

গানেৰে জগত জিনি লাখ লাখ অনুৰাগীক কন্দুৱাই আমাৰ মাজৰ পৰা হেৰাই গল জুবিন গাৰ্গ। নৰ্থ ইষ্ট ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশনৰ বাবে গৈ আজি দুপৰীয়া দুঃসাহসিক স্কুভা ড্ৰাইভিঙত অংশগ্ৰহণৰ সময়তে ঘটিল এই অঘটনটো। অসমৰ কোনো লোকে কোনো কালে নভবা এই ঘটনাই…

নাৰেংগীত সন্মোহন চিকিৎসাৰ প্ৰয়োজনীয়তা শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা

বিশেষ বাৰ্তা, ১৯ ছেপ্টেম্বৰ : যোৱা শুকুৰবাৰে উত্তৰ-পূব ভাৰত প্ৰায়োগিক মন:স্তত্ত্ব সংস্থা (NEIAAP) আৰু কটন বিশ্ববিদ্যালয়ৰ (CU)ৰ উদ্যোগত আৰু ভাৰতীয় স্বাস্থ্য মনোবিজ্ঞান একাডেমী (IAHP)ৰ সহযোগত 'সন্মোহনৰ প্ৰয়োজনীয়তা : মৌলিক দক্ষতা, কৌশল,…

মেঘালয়ত লেণ্ড জেহাদ : ২৫.৭৫ হেক্টৰ বনভূমি বেদখল USTM-ৰ

বহু বিতর্কিত মহবুবুল হকৰ ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষা প্রতিষ্ঠান ( USTM ) ‘ইউনিভার্ছিটী অৱ ছায়েঞ্চ এণ্ড টেকন’লজী’ (ইউএছটিএম)ৰ মুখা এইবাৰ খোল খালে৷ গোলকীয় উষ্ণতাই সমগ্র পৃথিৱী গ্রহৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে অতি গুৰুত্বপূর্ণ বন…

দুর্নীতিৰ খলনায়িকা নূপুৰৰ মুখত কেইবাজনো মণ্ডলৰ নাম, শীঘ্রে জেৰা তিনিজনক

চৰকাৰী চাকৰিৰ নামত কার্যালয়ত এখন বজাৰ সৃষ্টি কৰা দুর্নীতিৰ ৰাণী, বিতর্কিত এচিএছ বিষয়া নূপুৰ বৰাৰ জিম্মাৰ পৰা এতিয়ালৈকে চিএম ভিজিলেঞ্চৰ দলে জব্দ কৰিছে এক কোটি ১৬ লাখ টকা৷ এগৰাকী চৰকাৰী বিষয়াৰ বাবে সপোনৰ দৰেই এই বৃহৎ ধনৰাশি ছবছৰীয়া চাকৰিৰ…

অপাৰেচন সিন্দূৰত ধ্বংস সন্ত্রাসবাদীৰ ঘাটি নির্মাণৰ ধন দিছে পাক চৰকাৰে

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা পাকিস্তানৰ স্বৰূপ উদঙালে স্বয়ং দেশখনতেই লালিত-পালিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাই৷ ভাৰতৰ অপাৰেচন সিন্দূৰত বিধ্বস্ত হোৱা পাকিস্তানস্থিত সন্ত্রাসবাদীৰ…

ACS নূপুৰক লৈ গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত CM ভিজিলেঞ্চৰ অভিযান

এ চি এছ বিষয়া নূপুৰ বৰাক লৈ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত চি এম ভিজিলেঞ্চে অভিযান চলাইছে। আজি পুৱাৰ পূৰ্বে কামৰূপৰ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হয় ভিজিলেঞ্চৰ বৃহৎ দল। অভিযুক্ত ACS বিষয়া নূপুৰ বৰাক লৈ গৰৈমাৰী চক্ৰ বিষয়া…

হিন্দেনবার্গ গোচৰ : আদানি গ্রুপক ক্লীনচিট ছেবিৰ

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্রৰ কোম্পানী হিন্দেনবার্গ ৰিচার্ছে উদ্যোগপতি তথা আদানী গ্রুপৰ অধ্যক্ষ গৌতম আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিক প্রতিবেদনত তথা হিন্দেনবার্গ গোচৰত ক্লিনচিট দিলে দ্য ছিকিউৰিটিজ এণ্ড এক্সেঞ্জ…

এছিয়া কাপ : গ্রুপৰ আজি অন্তিম মেচত ভাৰতৰ সন্মুখত ওমান

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : সংযুক্ত আৰব আমীৰশ্বাহীত পূর্ণগতিত চলি থকা এছিয়া কাপৰ আজি গ্রুপ এৰ অন্তিমখন মেচত টীম ইণ্ডিয়া ওমানৰ বিপক্ষে মুখামুখি হ’ব৷ ইতিমধ্যে প্রতিযোগিতাখনৰ ছুপাৰ ফ’ৰত স্থান লাভ কৰা টীম ইণ্ডিয়াৰ বাবে আজিৰ মেচখন বিশেষ…

কাছাৰত আৰক্ষীৰ জালত দুই ভুৱা চিকিৎসক

ভুৱা চিকিৎসকৰ ঘাটিত পৰিণত হৈছে কাছাৰ জিলা। কাছাৰ আৰক্ষীৰ অভিযানত জিলাত ইজনৰ পাছত সিজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাতত। যোৱাকেইদিনত জিলাখনত কেইবাজনো ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ পাছত পুনৰ দুজনকৈ মুন্না ভাই MBBS অৰ্থ্যৎ ভুৱা চিকিৎসকক…