নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বংশৰত কিশোৰীৰ ব্যতিক্ৰমী প্ৰয়াস : নৱম শ্ৰেণীৰ ছাত্ৰীয়ে লিখি উলিয়ালে উপন্যাস

বিশেষ বাৰ্তা, শুৱালকুছি, ১৮ ছেপ্টম্বৰ : আজিৰ দিনত ম'বাইলে কঁপাই তোলা পৃথিৱীখনত অভিভাৱকসকল সততে ব্যতিব্যস্ত পৰা পৰিলক্ষিত হৈছে। এনে পৰিৱেশৰ মাজতে বংশৰৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী ধৃতিমা দাসে ’অস্তিত্ব’ নামৰ এখন উপন্যাস লিখি পিতৃৰ জন্মদিনত…

বিধায়কে প্ৰদান কৰা এম্বুলেঞ্চ অন্তৰ্ধান, বঞ্চিত চেঙাৰ চৰাঞ্চলবাসী

ৰাজ্যৰ প্ৰতিজন নাগৰিকক চৰকাৰে বিনামূলীয়া চৰকাৰী স্বাস্থ্য সেৱা সুনিশ্চিত কৰিবলৈ বহু অভিলাষী আঁচনি গ্ৰহন কৰাৰ পাছতো বহু প্ৰান্তত আজিও লাভ কৰা নাই এম্বুলেঞ্চ সেৱাৰ সুবিধা। চহৰ আৰু নগৰাঞ্চলৰ চৰকাৰী স্বাস্থ্যকেন্দ্ৰ সমূহত এম্বুলেঞ্চ সেৱা উপলব্ধ…

মেঘালয়ত অসমৰ চালকক দীৰ্ঘদিনে দুৰ্ব্যৱহাৰ : যোৰাবাটত তীব্ৰ প্ৰতিবাদ অসম টুৰিষ্ট টেক্সি চালক সন্থাৰ

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ১৮ ছেপ্টেম্বৰ : জয় আই অসম ধ্বনিৰে যোৰাবাটত অসম টুৰিষ্ট টেক্সি চালক সন্থাই আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘ বছৰ ধৰি মেঘালয়ৰ টুৰিষ্ট টেক্সি চালকে অসমৰ টুৰিষ্ট টেক্সি চালকক কৰি অহা দুৰ্ব্যৱহাৰত অতিষ্ঠ হৈ আজি…

বিশ্বকৰ্মা পূজা উপলক্ষে একেনিশাই পৃথকে মঞ্চস্থ দুখন ভাওনা

নিশা তেজপুৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগম তেজপুৰ আস্থানত অজস্ৰ লোক অপেক্ষাৰত। নিশা ৰৈ থকা ৰাইজ সকল কালি বাছৰ বাবে নহয়, তেওঁলোক ৰৈ আছিল তেজপুৰৰ সৈতে সংপৃক্ত হৈ থকা এটি আখ্যান স্ব- চাক্ষুস প্ৰত্যক্ষ কৰাৰ বাবে। নিশা প্ৰায় ৯ মান বজাত বাজি উঠিল…

শিলচৰত ১২ কোটিৰ য়াবা টেবলেট জব্দ, গাড়ীসহ আটক ১

নিয়মীয়া বাৰ্তা, শিলচৰ, ১৮ ছেপ্টেম্বৰ : কাছাৰ জিলাত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, এক বিশ্বাসযোগ্য চোৰাংচোৱা তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে শিলচৰ আৰক্ষী থানাৰ…

দুৰ্গা পূজাক লৈ গুৱাহাটীত SOP জাৰি প্ৰশাসনৰ

সমাগত দুৰ্গা পূজা। আৰু এই দুৰ্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠক মহানগৰীৰ প্ৰতিখন পূজা কমিটীৰ বিষয়ববীয়া উপস্থিত থাকে। উপস্থিত থাকে মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন। বৈঠকতে সমাগত দুৰ্গা…

ওদালগুৰিত কৰম পূজা চাবলৈ গৈ সন্ধানহীন কণমানিৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ডিমাকুছি, ১৮ ছেপ্টেম্বৰ : ওদালগুৰি জিলাৰ খাগ্ৰাবাৰীৰ নলবাৰীত সংঘটিত এক পৈশাচিক ঘটনাই জোকাৰিছে সমগ্ৰ অঞ্চলটোক। বিগত দুদিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী কণমানিৰ মৃতদেহ নদীৰ বুকুত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই এতিয়া…

মহানগৰীৰ জ্যোতিনগৰৰ পৰা সন্ধানহীন ৩ কিশোৰী

মহানগৰীৰ জ্যোতিনগৰ পৰা সন্ধানহীন হৈছে তিনিগৰাকী কিশোৰী। বিশ্বকৰ্মা পূজাত ফুৰিবলৈ গৈ সন্ধানহীন হৈ আছে এই তিনিগৰাকী কিশোৰী ছাত্ৰী। বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাৰ পৰা সন্ধানহীন এই তিনিগৰাকী কিশোৰী। সন্ধানহীন তিনি কিশোৰী ক্ৰমে ঈশা নাথ (১৪),…

ম্যাদ উকলা পাপৰেৰে বিশেষ শৈলীৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ : পূজাত চমক দিবলৈ সাজু ধুবুৰীৰ প্ৰদীপ কুমাৰ…

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৮ ছেপ্টেম্বৰ : বিগত প্ৰায় এটা দশকৰ পৰা বিভিন্ন সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰা ধুবুৰীৰ শিল্পী প্ৰদীপ কুমাৰ ঘোষ এইবাৰো সাজু হৈছে পুনৰ এক আলোড়ন সৃষ্টি কৰিবলৈ। বিগত এসপ্তাহৰ পৰা…

কলগাছিয়াত বাল্যবিবাহৰ লগত জড়িত ৩জনক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত চৰিয়তপুৰ গাঁৱত একাংশ লোকে এগৰাকী চৈধ্য বছৰীয়া কিশোৰীক গোপনে বলপূৰ্বকভাৱে বাল্যবিবাহ সম্পন্ন কৰি থকা অৱস্থাত কলগাছিয়া আৰক্ষীয়ে গোপন অভিযান চলাই বাল্যবিবাহৰ লগত জড়িত থকা তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে।…