ৰুদ্ৰসাগৰ ৰিগত ONGC-ৰ গেছ বিস্ফোৰণ নিয়ন্ত্ৰণৰ বাবে উপস্থিত আমেৰিকাৰ বিশেষজ্ঞ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জুনঃ ১২ জুনৰ পৰা অনিয়ন্ত্ৰিতভাৱে লিক হৈ থকা ONGC-ৰ ৰুদ্ৰসাগৰ ৰিগ (আৰ ডি এছ-১৪৭ এ)ত চলি থকা গেছ বিস্ফোৰণৰ দায়িত্ব ল’বলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাড ৱেল কণ্ট্ৰ’লৰ কূপ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ তিনিজনীয়া দল শিৱসাগৰত…