ফেচবুকত হঠাৎ সক্রিয় বিদেশৰ ৫-৬ হাজাৰ একাউণ্ট
🔹 ৰাজ্যৰ পৰিৱেশ বিনষ্টৰ চেষ্টা : মুখ্যমন্ত্রীৰ সকীয়নি
🔹 জিএছ ৰোড-খাৰঘুলিত ভাৰা লৈছে সন্দেহজনক লোকে
বিশেষ বাৰ্তা, ২১ জুন : বিধানসভা নির্বাচনৰ পূর্বে ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰাৰ এক ভয়ংকৰ ষড়যন্ত্র চলিছে৷ সামাজিক মাধ্যমযোগে…