নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ইংৰাজীত কথা কোৱাসকলে ভৱিষ্যতে দেশত লজ্জাবোধ কৰিব

🔹 গ্রন্থ উন্মোচনী অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ মন্তব্য নিউজ ডেস্ক, ২০ জুন : দেশত যিসকলে ইংৰাজীত কথা কয়, তেওঁলোক লজ্জিত হ’ব লাগিব! কালি এক গ্রন্থ উন্মোচনী অনুষ্ঠানত অংশগ্রহণ কৰি এই মন্তব্য কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ এই…

ব্যৱসায়ীক যৌনতাৰ জালত পেলাই কেইবাকোটিও টকা আদায় সুন্দৰীৰ

🔹 ১০ মাহ আত্মগোপনৰ পিছত গ্রেপ্তাৰ গুজৰাটৰ যুৱতী নিউজ ডেস্ক, ২০ জুন : ১০ মাহ ধৰি আৰক্ষীয়ে বিচাৰি আছিল৷ অৱশেষত গ্রেপ্তাৰ হ’ল গুজৰাটৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ কীর্তি পেটেল৷ এগৰাকী ৰিয়েল ইষ্টেট ব্যৱসায়ীক যৌনতাৰ জালত পেলাই ব্যৱসায়ীগৰাকীৰ…

গৌৰৱোজ্জ্বল ৩৭ বৰ্ষত ভৰি দিলে স্বেচ্ছাসেৱী অনুষ্ঠান পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবে

নিয়মীয়া বাৰ্তা, ২০ জুন : বিভিন্ন জনকল্যাণমূলক কাৰ্যৰ লগতে ব্যতিক্ৰমী সামাজিক কামকাজেৰে বিৰল নিদৰ্শন দাঙি ধৰি এক সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে বজালী অঞ্চলৰ অন্তৰ্গত পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবে।…

এখন আজব গ্ৰন্থমেলা…  গ্ৰন্থ বিপণী নথকা গ্ৰন্থমেলাত ডেকা-গাভৰুৰ ভিৰ 

নিয়মীয়া বাৰ্তা, ২০ জুন : ৰাজ্যৰ বিদ্যালয় সমূহত চৌদিশে পৰীক্ষা চলি থকাৰ সময়তে ধর্মীয় সংখ্যালঘু অধ্যুষিত জুৰীয়া অঞ্চলত গ্ৰন্থমেলাৰ নামত আনন্দ মেলা চলি কাৰ্য‌ই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য আৰু অভিযোগ অনুসৰি, জুৰীয়া থানাৰ…

ইণ্ডিয়ান কোষ্ট গার্ডত ৬৩০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৫ জুন ইণ্ডিয়ান কোষ্ট গার্ডৰ তৰফৰ পৰা নাৱিক (জেনেৰেল ডিউটী), নাৱিক (ডমেষ্টিক ব্রাঞ্চ) আৰু যান্ত্রিক পদৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

চেন্নাইত কাম কৰিবলৈ গৈ অন্ধ্ৰপ্ৰদেশত সন্ধানহীন ডিব্ৰুগড়ৰ সঞ্জয়

বিশেষ বার্তা, ২০ জুন : বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ পুনৰ নিখোজ অসমৰ যুৱক। চেন্নাইলৈ বুলি কৰ্মসংস্থাপনৰ বাবে ওলাই যোৱা ডিব্ৰুগড় জিলা জয়পুৰৰ সঞ্জয় মহানন্দ নামৰ ব্যক্তিজন বিগত ১০ দিন ধৰি সন্ধানহীন হৈ থকাত পৰিয়ালটোৰ মাজত হাহাকাৰৰ সৃষ্টি…

১০ অক্টোবৰত ৰাজ্যত একেলগে ৪০ হাজাৰক চাকৰি

🔹 ‘স্বচ্ছ-নিকা নিযুক্তি প্রক্রিয়াৰ ফলত ৰাজ্যত শিক্ষাৰ উন্নত পৰিৱেশ গঢ় লৈ উঠিছে' বিশেষ বাৰ্তা, ২০ জুন : অসমত ১ লাখ নিযুক্তিৰ প্রতিশ্রুতি পূৰণৰ পিছত স্বচ্ছ আৰু মেধা ভিত্তিত এই প্রক্রিয়া অব্যাহত ৰাখি অহা ১০ অক্টোবৰত ৰাজ্য চৰকাৰে একেলগে প্রায়…

Iran-Israel Conflict : ইজৰাইলক সমালোচনা কিম জং উনৰ, USৰ বিৰুদ্ধে অভিযোগ

Iran-Israel Conflict : ইজৰাইলক সমালোচনা কিম জং উনৰ, USৰ বিৰুদ্ধে অভিযোগ নিউজ ডেস্ক, ২০ জুন : ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাত (Iran-Israel Conflict)ৰ বাবে মধ্যপ্ৰাচ্যত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে উত্তৰ কোৰিয়াৰ…

প্রেমিকৰে হোটেলত, স্বামী দেখি ছাদৰ পৰা… ছ’চিয়েল মিডিয়াত ভাইৰেল ঘটনা

নিউজ ডেস্ক, ২০ জুন : বিয়া হয় ২০১৯ চনত৷ আছে এটি পুত্র সন্তানো৷ তথাপি একাধিক পুৰুষৰ সৈতে সম্পর্ক প্রেমিকৰ সৈতে হোটেললৈ গৈ স্বামীৰ নজৰত পৰে পত্নী৷ স্বামীয়ে আৰক্ষী লৈ হোটেলত উপস্থিত হোৱাৰ সময়তে ছাদৰ পৰা জাঁপ দিলে পত্নীয়ে৷ কিন্তু প্রেমিকক…

চিৰাঙৰ শান্তিপুৰত নকল বিলাতী সুৰাৰ কাৰখানা উৎখাত : আটক ৩ জন

নিয়মীয়া বাৰ্তা,  ২০ জুন : চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী শান্তিপুৰত আবকাৰী বিভাগে অভিযান চলাই নকল বিলাতী সুৰা প্ৰস্তুত কৰা এটা অবৈধ কাৰখানা উৎখাত কৰে। বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বঙাইগাঁও আবকাৰী অধীক্ষক অমৰেন্দ্ৰ নাথৰ নেতৃত্বত…