নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰাঁচী অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ-ৰ বিমান দিল্লীলৈ ডাইভাৰ্ট : ৪৮ ঘণ্টাত পঞ্চম ঘটনা

ৰাঁচী অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ-ৰ বিমান দিল্লীলৈ ডাইভাৰ্ট : ৪৮ ঘণ্টাত পঞ্চম ঘটনা নিউজ ডেস্ক, ১৭ জুন : দিল্লীৰ পৰা ৰাঁচী অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান এখন সন্দেহযুক্ত কাৰিকৰী সমস্যাৰ বাবে উৰণৰ কিছু সময়ৰ পিছতে পুনৰ…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ১৭ জুন, আহাৰ মাহৰ ২ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণা ষষ্ঠী, নক্ষত্র : শতভিষা, যাত্রা : শুভ মেষ : সন্তানৰ বাবে সুখ৷ ঘৰুৱা কাম–কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে৷ ধন প্রাপ্তিৰ আশা৷ অযথা চিন্তা পৰিহাৰ কৰক৷…

ডিক’ডিং জীৱন : দয়াৰ নিঃশব্দ মূল্য

ডিক’ডিং জীৱন : ড০ পার্থসাৰথি মহন্ত দয়া৷ মৰম৷ অধিকাৰ নে সৌভাগ্য? দয়া–মৰম আৰু অধিকাৰৰ অদৃশ্য সম্পর্ক কি? মৰম পাই পাই এটা সময়ত মানুহে পাহৰি যায় যে ই এটা বিশেষ সুবিধা৷ সদিচ্ছা হিচাপে যিটো আৰম্ভ হয় সেয়া প্রায়ে এক অকথিত কর্তব্যত পৰিণত হয় আৰু…

বাভুমাৰ সাফল্যৰ আঁৰত ব্যৱসায়ী পত্নী লোবি

নিউজ ডেস্ক, ১৬ জুন : ল’ৰ্ডছত অষ্ট্রেলিয়াক হৰুৱাই ২৭ বছৰ পিছত সদ্যসমাপ্ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দক্ষিণ আফ্রিকাক আইচিচি ট্রফী উপহাৰ দিলে টেম্বা বাভুমাই৷ ইয়াৰ পিছতো নির্লিপ্ত হৈ আছে বাভুমা৷ কিন্তু নিজৰ আৱেগ ধৰি ৰাখিব পৰা নাই তেওঁৰ পত্নী…

শিৱসাগৰত অইলৰ কূপত গেছ নিৰ্গমন ৰোধত ৫ দিনেও ব্যৰ্থ ONGC

শিৱসাগৰত অইলৰ কূপত গেছ নিৰ্গমন ৰোধত ৫ দিনেও ব্যৰ্থ ONGC নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুন : শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুকৰ ১৩৫নং ৰিগৰ ১৪৭নং কূপত যোৱা ১২ জুনত গেছ নিৰ্গত হোৱাৰ ঘটনাক তেল আৰু প্ৰাকৃতিক গেছ নিগমে (ONGC) নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে।…

ইংলেণ্ড শৃংখলা -ত অধিনায়ক গিলৰ শিক্ষক ৰোহিত-কোহলি

🔹 ইংলেণ্ড শৃংখলা -ত অধিনায়ক গিলৰ শিক্ষক ৰোহিত-কোহলি 🔹 বুমৰাহক লৈও সংশয় দূৰ কৰিলে ভাৰতীয় টেষ্ট অধিনায়কে  নিউজ ডেস্ক, ১৬ জুন : ইংলেণ্ড শৃংখলাত ভাৰতীয় অধিনায়ক হিচাপে অভিষেক ঘটিব শুভমন গিলৰ৷ এই শৃংখলাত ৰোহিত শর্মা আৰু বিৰাট কোহলিক শিক্ষক…

অভাৱনীয় হাৰত বৃদ্ধি পাব পেট্র’ল–ডিজেলৰ দাম

🔹 ইৰান-ইজৰাইলৰ যুদ্ধ -ত বিশ্ব অর্থনীতিলৈ অশনি সংকেত 🔹 দুদিনৰ যুদ্ধত খাৰুৱা তেলৰ প্রতি বেৰেলত ৫ ডলাৰকৈ দাম বৃদ্ধি নিউজ ডেস্ক, ১৬ জুন : ক্রমাৎ বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে ইৰান আৰু ইজৰাইলৰ যুদ্ধই৷ ইতিমধ্যে দুয়োখন দেশৰ মাজত ড্রোন–ক্ষেপণাস্ত্র…

নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান

নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান নিউজ ডেস্ক, ১৬ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে বৰ্তমান চাইপ্ৰাছত আছে, য’ত আজি দেশখনৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে প্রধানমন্ত্রী মোদীক চাইপ্ৰাছৰ…

ঐতিহাসিক অধ্যায়ৰ অন্ত : ইম্ফল বিমানবন্দৰ-ত সেৱা বন্ধ এয়াৰ ইণ্ডিয়াৰ

ঐতিহাসিক অধ্যায়ৰ অন্ত : ইম্ফল বিমানবন্দৰ-ত সেৱা বন্ধ এয়াৰ ইণ্ডিয়াৰ নিউজ ডেস্ক, ১৬ জুন : মণিপুৰৰ বিমান যাত্ৰাৰ এক ঐতিহাসিক অধ্যায়ৰ অন্ত পেলাই ১৫ জুনৰ পৰা ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আনুষ্ঠানিকভাৱে সেৱা বন্ধ কৰিছে এয়াৰ ইণ্ডিয়াই।…

ট্ৰেভেল ইনফ্লুৱেঞ্চাৰ-ৰ ভিডিঅ’ত বন্দী নংগ্ৰিয়াটত ৰাজা-সোনমৰ ট্ৰেকিং, ভিডিঅ’ ভাইৰেল

ট্ৰেভেল ইনফ্লুৱেঞ্চাৰ-ৰ ভিডিঅ’ত বন্দী নংগ্ৰিয়াটত ৰাজা-সোনমৰ ট্ৰেকিং, ভিডিঅ’ ভাইৰেল নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুন : মেঘালয় হানীমুন হত্যাকাণ্ডৰ ঘটনাত এক নতুন ভিডিঅ পোহৰলৈ আহিছে। এজন ব্যক্তিয়ে বন্দী কৰা ভিডিঅ’ত দেখা গৈছে যে ৰাজা ৰঘুবংশী…