নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কাৰিকৰী বিজুতিৰ বাবে হংকঙলৈ উভতিল এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰ

কাৰিকৰী বিজুতিৰ বাবে হংকঙলৈ উভতিল এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰ নিউজ ডেস্ক, ১৬ জুন : আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান AI171 দুৰ্ঘটনাগ্ৰস্ত হৈ ২৪১জনকে ধৰি ২৭০জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ কিছুদিনৰ ভিতৰতে হংকঙৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ…

নাইজেৰিয়াত বন্দুকধাৰীৰ নির্বিচাৰ গুলীচালনাত ১০০ কৃষকৰ মৃত্যু

🔹 গাঁৱত প্রৱেশ কৰি দুর্বৃত্তই জ্বলালে ঘৰ : বহু লোক সন্ধানহীন নিউজ ডেস্ক, ১৬ জুন : আফ্রিকান ৰাষ্ট্র নাইজেৰিয়াত বন্দুকধাৰীৰ নির্বিচাৰ গুলীত নিহত হৈছে কমপক্ষেও ১০০জন৷ এই ঘটনাত সন্ধানহীন হৈ আছে বহু লোক৷ শনিবাৰে নিশা এই শিহৰণকাৰী আক্রমণৰ কথা…

ব্রহ্মপুত্র ক্রেকাৰ এণ্ড পলিমাৰ লিমিটেডত ২৭টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৭ জুন ডিব্রুগড়স্থিত বিচিপিএলত খালী হোৱা কিছুসংখ্যক পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

মগজুত গুৰুতৰ আঘাতৰ বাবেই হৈছিল নম্রতাৰ অকাল মৃত্যু

🔹 মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত ফাদিল ভয়ংকৰ তথ্য 🔹 মূৰৰ আঘাতপ্রাপ্ত স্থানত আছিল কাঁচৰ টুকুৰা 🔹বাৰম্বাৰ ভাষ্য সলাইছে আনায়াতুল–গায়ত্রী–মৃগাংক–প্রজ্ঞাই বিশেষ বাৰ্তা, ১৬ জুন : সূর্যোদয়ৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ চাৰি বন্ধুৰ সৈতে মাজনিশা…

২০ জুনত ছবিগৃহত আমিৰ খান অভিনীত Sitaare Zameen Par

Sitaare Zameen Par (সীতাৰে জমিন পাৰ) হৈছে আৰ এছ প্ৰসন্নৰ পৰিচালনাত নিৰ্মিত আৰু আমিৰ খান আৰু অপৰ্ণা পুৰোহিতৰ প্ৰযোজক এখন আগন্তুক ভাৰতীয় হিন্দী ভাষাৰ ক্ৰীড়া কমেডী ড্ৰামা ছবি। ২০০৭ চনৰ খানৰ ছবি তাৰে জামিন পাৰৰ আধ্যাত্মিক উত্তৰাধিকাৰী, আৰু…

আমেৰিকাত বাসভৱনতে দুই ডেম’ক্রেট নেতাক হত্যা দুর্বৃত্তৰ

নিউজ ডেস্ক, ১৬ জুন : আমেৰিকাৰ মিনেছোটাত বাসগৃহত প্রৱেশ কৰি দুগৰাকী ডেম’ক্রেট নেতাক বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পৃথক ঘটনাত অন্য দুগৰাকী ডেম’ক্রেট নেতা গুলীবিদ্ধ হৈছে বুলিও জানিব পৰা গৈছে৷ এই আক্রমণৰ…

ইৰান-ইজৰাইলৰ যুদ্ধ : ইউৰোপলৈ ২৪খন টেংকাৰ বিমান প্ৰেৰণ আমেৰিকাৰ

ইৰান-ইজৰাইলৰ যুদ্ধ : ইউৰোপলৈ ২৪খন টেংকাৰ বিমান প্ৰেৰণ আমেৰিকাৰ নিউজ ডেস্ক, ১৬ জুন : ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা যুদ্ধৰ মাজতে আমেৰিকাৰ বায়ুসেনাই এতিয়ালৈকে বিমান ইন্ধন ভৰোৱা টেংকাৰ বিমানৰ সৰ্বাধিক নিয়োগ আৰম্ভ কৰিছে। এই বিমানসমূহ…

কানাডাত জি–৭ বৈঠক -ত অংশ ল’ব প্রধানমন্ত্রীয়ে

🔹 কানাডাত জি–৭ বৈঠক -ত অংশ ল’ব প্রধানমন্ত্রীয়ে 🔹 ত্রিদেশীয় ভ্রমণসূচী লৈ দ্বীপৰাষ্ট্র চাইপ্রাছত উপস্থিত মোদী নিউজ ডেস্ক, ১৬ জুন : অপাৰেচন সিন্দূৰৰ পিছত প্রথমবাৰলৈ ৫দিনীয়া ভ্রমণসূচী লৈ কালি বিদেশলৈ যাত্রা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র…

গংগাৰাম হাস্পতালত ভৰ্তি অসুস্থ ছোনিয়া গান্ধী -ক

নিউজ ডেস্ক, ১৬ জুন : পুনৰ অসুস্থ কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী । অসুস্থ কংগ্ৰেছী নেত্ৰীগৰাকীক দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, গেষ্ট্ৰ’ বিভাগত ভৰ্তি কৰোৱা কংগ্ৰেছ…

শংকৰদেৱ বঁটা আৰু সোণাল মানসিং

শংকৰদেৱ বঁটা আৰু সোণাল মানসিং অসমৰ জাতীয় জীৱনলৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে আগবঢ়াই যোৱা অৱদান প্রতিগৰাকী অসমীয়াই সগৌৰৱে স্বীকাৰ কৰিবই লাগিব৷ এইগৰাকী মহাপুৰুষে অসমীয়া সাহিত্যৰ প্রতিটো অংগলৈ আগবঢ়োৱা অপৰিসীম বৰঙণিয়ে অসমীয়া সাহিত্যক বিশ্ব…