ল’ স্ক’ৰিং মেচত দিল্লীৰ বিৰুদ্ধে ৯ উইকেটত জয় আৰচিবিৰ
ডিজিটেল ডেস্ক, ২৮ এপ্রিল : ভুবনেশ্বৰ কুমাৰ আৰু জ’ছ হেজলউডৰ বলিং তাণ্ডৱত দিশহাৰা দিল্লী কেপিটেলছ৷ চলিত আইপিএলত সর্বনিম্ন স্ক’ৰ কৰাৰ নজিৰ গঢ়ে অক্ষৰ পেটেল নেতৃত্বাধীন দিল্লী কেপিটেলছে৷
সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত ল’ স্ক’ৰিং মেচখনত ডিফেণ্ডিং…