নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

স্কটলেণ্ডত প্ৰথমবাৰ বৃহৎ পৰিসৰত ৰঙালী বিহু উদযাপন

Assamese Community in Scotland-এ স্কটলেণ্ডত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিসৰত ৰঙালী বিহু উদযাপন সফলভাৱে আয়োজন কৰে। এই অনুষ্ঠানত ভাৰতৰ কনছুল আৰু স্থানীয় হিন্দু মন্দিৰৰ সভাপতিৰ উপস্থিতিৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলেও অংশগ্ৰহণ কৰি অসমীয়া…

বেডমিণ্টনৰ ইতিহাসত বৃহৎ পৰিৱর্তন, অহা বছৰৰ পৰা নতুন স্ক’ৰিং ব্যৱস্থা

ডিজিটেল ডেস্ক, ২৮ এপ্রিল : বেডমিণ্টন ক্রীড়াৰ ইতিহাসত অচিৰেই বৃহৎ পৰিৱর্তন৷ সলনি হ’ব কেইবাটাও নিয়ম৷ বিশেষকৈ শনিবাৰে বেডমিণ্টন ৱর্ল্ড ফেডাৰেচনে নতুন স্ক’ৰিং ব্যৱস্থাত অনুমোদন জনাইছে৷ ডেনমার্কৰ হর্চেন্সত অনুষ্ঠিত বার্ষিক সাধাৰণ সভাত তেওঁলোকে…

গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা, স্বামী–স্ত্ৰী আহত

গুৱাহাটী মহানগৰীৰ চিৰিয়াখানাৰ সমীপত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ৰয়েল এনফিল্ড বাহনত অহা স্বামী–স্ত্ৰী দুয়ো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত দুয়োকে ততাতৈকীয়াকৈ KGMT হাস্পতালত ভৰ্তি কৰা হয়, য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে।…

HS-ৰ ফলাফলত জিলা ভিত্তিত শীৰ্ষস্থানত জিলিকিল কোন জিলা

উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে শাখাভিত্তিকভাৱে জিলাসমূহৰ উত্তীৰ্ণৰ হাৰৰ তালিকা প্ৰকাশ পাইছে। Assam State School Education Board-এ প্ৰকাশ কৰা তথ্য অনুসৰি বিভিন্ন শাখাত বিভিন্ন জিলাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম…

সৈন্য বাহিনী অবিহনেও শান্তিত আছে বিশ্বৰ ১০ ভূখণ্ড

ডিজিটেল ডেস্ক, ২৮ এপ্রিল : যিকোনো দেশৰ প্রতিৰক্ষাৰ মেৰুদণ্ড সৈন্য বাহিনী৷ সমগ্র পৃথিৱীৰ অধিকাংশ দেশেই সেনাৰ শিতানত বিপুল অর্থ বিনিয়োগ কৰে৷ কিন্তু পৃথিৱীৰ ১০খন দেশত নাই সেনা বাহিনী৷ এই দেশসমূহে চুক্তি আৰু কৌশলগত কূটনীতিৰ মাধ্যমেৰে ৰাষ্ট্রীয়…

HS-ৰ ফলাফল : বিজ্ঞান শাখাত ৮৯.৭৯ শতাংশ উত্তীৰ্ণ

শিৰোনাম: , প্ৰথম বিভাগত ৩৪ হাজাৰতকৈ অধিক সফল উপ-শিৰোনাম: ৬০ হাজাৰতকৈ অধিক পৰীক্ষাৰ্থীৰ ভিতৰত ৫৪,৪৭৪ গৰাকী উত্তীৰ্ণ উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ ফলাফলত এইবাৰ উল্লেখযোগ্য সফলতা দেখা গৈছে। Assam State School…

HS-ৰ ফলাফল : বাণিজ্য শাখাত ৮১.১৩ শতাংশ উত্তীৰ্ণ

উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে বাণিজ্য শাখাতো সন্তোষজনক ফলাফল দেখা গৈছে। Assam State School Education Board-ৰ অধীনত অনুষ্ঠিত এইবাৰৰ পৰীক্ষাত বাণিজ্য শাখাত ৮১.১৩ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। তথ্য অনুসাৰে,…

HS-ৰ ফলাফল : কলা শাখাত ৭৯.৫৪ শতাংশ উত্তীৰ্ণ

উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। ঘোষণা কৰা ফলাফল অনুসৰি কলা শাখাৰ ফলাফলত সন্তোষজনক সফলতা দেখা গৈছে। Assam State School Education Board-ৰ অধীনত অনুষ্ঠিত এইবাৰৰ পৰীক্ষাত কলা শাখাত ৭৯.৫৪ শতাংশ শিক্ষাৰ্থী…

শান্তিৰ স্বার্থত আমেৰিকাৰে পৰমাণু আলোচনাৰ বাবে ৰাজী ইৰান

ডিজিটেল ডেস্ক, ২৮ এপ্রিল : যুদ্ধবিধ্বস্ত দেশখনলৈ শান্তি ওভতাই অনাৰ স্বার্থত আমেৰিকাৰ সৈতে শান্তি আলোচনাত বহিবলৈ ৰাজী ইৰান৷ এই কথা জনাইছে ইৰানৰ সংবাদ মাধ্যমে৷ কিন্তু তাৰ পূর্বে ৱাশ্বিংটনে ২টা চর্ত মানি ল’ব লাগিব বুলি জনাই দিছে তহৰানে৷ এই…

প্ৰকাশ পালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

আজি উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। Assam State School Education Board-এ এই সন্দৰ্ভত পূৰ্বেই প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিছিল। এইবাৰ মুঠ ১২টা ৱেবচাইটত ফলাফল প্ৰকাশ কৰা হৈছে। এইবাৰ উচ্চতৰ মাধ্যমিক…