লখিমপুৰত বান পৰিস্থিতি পৰ্যবেক্ষণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ
লখিমপুৰত বান পৰিস্থিতি পৰ্যবেক্ষণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জুন : যোৱা শনিবাৰে নীপকোসৃষ্ট ৰঙানদীৰ বলিয়া বানে ৰঙানদীৰ নামনি অংশৰ আমতলাত ছিঙি নিছিল মথাউৰি। মথাউৰি ছিঙি নিয়াৰ ফলত বহু পৰিয়াল গৃহবন্দী হৈ চৰম যন্ত্ৰণাৰ…