১২ ঘণ্টা নৌহওঁতেই চেনেল কাটিং কৰি পানী উলিয়ালে লখিমপুৰত
🔹 মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ তৎপৰতাক শলাগ ৰাইজৰ
বিশেষ বার্তা, ৩ জুন : নীপকোৱে হঠাৎ পানী এৰি দিয়াৰ ফলত ৰঙানদীৰ পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছিল লখিমপুৰ জিলাৰ আমতলাৰ ১২খনকৈ গাঁৱত। কালি দোপালপিটা বৰষুণক আওকাণ কৰি বোকা–পানী গছকি লখিমপুৰৰ উক্ত…