নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আলোপতিত চুৰি সামগ্ৰী বেচিবলৈ গৈ ধৰা পৰিল চোৰ

নিয়মীয়া বাৰ্তা, ১ জুন : বৰপেটাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতিত চুৰিকাণ্ড সংঘটিত কৰা বাবে এটা চোৰক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক | আনহাতে চুৰি কাণ্ড বন্ধ কৰক, লুটপাত বন্ধ কৰক, দোষীক শাস্তি দিয়ক, ভুক্তভোগী ৰাইজক ন্যায় দিয়ক আদি…

ৰতনপুৰ চাহ বাগিচাত এটা মাহে শ্ৰমিকক দৰমহা দিয়া নাই কৰ্তৃপক্ষই

🔹 শ্ৰম বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী কেইবাটাও দল-সংগঠনৰ নিয়মীয়া বাৰ্তা, ১ জুন : মেছাৰ্ছ ডি কে টি ইণ্ডাষ্ট্ৰীছ প্ৰাইভেট লিমিটেডৰ ৰতনপুৰ চাহ বাগিচাৰ চাহ শ্ৰমিকে বিগত এটা মাহে মজুৰিৰ পৰা বঞ্চিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত শ্ৰমিকসকলৰ মাজত ব্যাপক…

ক্রিকেটৰ তিনিওটা ফর্মেটত নিয়মৰ পৰিৱর্তন আইচিচিৰ

🔹 ক্রিকেটৰ তিনিওটা ফর্মেটত নিয়মৰ পৰিৱর্তন আইচিচিৰ 🔹 পৰৱর্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পৰা দেখা যাব নতুন নিয়ম নিউজ ডেস্ক, ১ জুন : আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদে অহা মাহৰ পৰা ক্রিকেটৰ তিনিওটা সংস্কৰণতে নিয়মৰ কিছু সালসলনি ঘটোৱাৰ সিদ্ধান্ত…

বিশ্বৰ বৃহত্তম হেয়াৰবল আঁতৰালে জয়পুৰৰ চিকিৎসকে

🔹 ১৪ বছৰীয়া কন্যাৰ পাকস্থলীৰ হেয়াৰবলৰ সফল অস্ত্রোপচাৰ নিউজ ডেস্ক, ১ জুন : ৰাজস্থানৰ জয়পুৰৰ চিকিৎসকৰ দল এটাই ১৪ বছৰীয়া কন্যাৰ পাকস্থলীৰ পৰা বিশ্বৰ বৃহত্তম হেয়াৰবল সফল অস্ত্রোপচাৰেৰে আঁতৰ কৰি নতুন বিশ্ব ৰেকর্ড গঢ়িলে৷ ১৪ বছৰীয়া কন্যাগৰাকীক…

অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাকৰি

🔹 অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ৫ জুন দুলীয়াজান আৰু মৰাণস্থিত অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুক্তিৰ ভিত্তিত কেইটামান শিক্ষক পদত প্রার্থী নিযুক্তি দিয়া হ’ব৷

গৰৈমাৰীৰ বাতাহিদিয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়াৱহ ৰূপ

🔹 খহাই নিলে প্ৰাথমিক বিদ্যালয়-কৃষিভূমি নিয়মীয়া বাৰ্তা, ১ জুন : ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ বাতাহিদিয়া চৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ উল্লেখ্য যে বাতাহিদিয়া গাঁও পঞ্চায়তৰ অধীনস্থ একাংশ চৰাঞ্চলত বিগত দিনৰ খহনীয়াত বহু…

মস্কোলৈ ডিব্রুগড়ৰ উশ্বু খেলুৱৈ কাশ্যপী

🔹 মস্কো উশ্বু ষ্টাৰ চেম্পিয়নশ্বিপত দেশৰ হৈ প্রতিনিধিত্ব কৰিব কাশ্যপী সোণোৱালে বিশেষ বার্তা, ৩১ মে’ : ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হ’ব লগা মস্কো উশ্বু ষ্টাৰ চেম্পিয়নশ্বিপত দেশৰ হৈ প্রতিনিধিত্ব কৰাৰ বাবে ডিব্রুগডৰ পৰা ৰাওনা হৈছে কাশ্যপী সোণোৱাল৷…

ভাৰত–পাক -ৰ মাজত হাইফেন ব্যৱহাৰ নকৰিব

🔹 ভাৰত–পাক -ৰ মাজত হাইফেন ব্যৱহাৰ নকৰিব 🔹 ইণ্ডোনেছিয়াত ভাৰতীয় সম্প্রদায়ক সম্বোধন ছলমান খুৰছিদৰ নিউজ ডেস্ক, ১ জুন : ভাৰত আৰু পাকিস্তানৰ মাজত হাইফেন ব্যৱহাৰ কৰাটো নিবিচাৰোঁ৷ কিয়নো, পাকিস্তানৰ লগত ভাৰতৰ আকাৰ আৰু স্থিতি একোৱেই নিমিলে৷- এই…

সৈনিক কল্যাণ সঞ্চালকালয়ত চাকৰি

🔹 সৈনিক কল্যাণ সঞ্চালকালয়ত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ৭ জুন অসম চৰকাৰৰ গুৱাহাটীস্থিত সৈনিক কল্যাণ সঞ্চালকালয়ৰ তৰফৰ পৰা বিভিন্ন জিলাত সৈনিক কল্যাণ বিষয়াৰ পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

দেশত ক’ভিডৰ ভয়াৱহ ৰূপ : ৩,০০০লৈ বৃদ্ধি আক্ৰান্ত সংখ্যা

🔹 দেশত ক’ভিডৰ ভয়াৱহ ৰূপ 🔹 ৭জনৰ মৃত্যু, ৩,০০০লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা নিউজ ডেস্ক, ১ জুন : দেশত ক’ভিড–১৯ত সংক্রমণৰ সংখ্যা বৃদ্ধি পাই আছে৷ এসপ্তাহতে দেশজুৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা এহেজাৰজন বৃদ্ধি পোৱাত বর্তমান দেশত সক্রিয় ক’ভিড ৰোগীৰ…