নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

যোৰহাটত আটক পাকিস্তানী চোৰাংচোৱা ছামছুল

🔹 যোৰহাটত আটক পাকিস্তানী চোৰাংচোৱা ছামছুল 🔹 সেনা ছাউনিত ৱেল্ডিঙৰ কামত নিয়োজিত হৈ আছিল ইছলাম বিশেষ বাৰ্তা, ১ জুন : যোৰহাটত আটক হয় এটা পাকিস্তানী চোৰাংচোৱা। পাকিস্তানৰ হৈ চোৰাংচোৱা কৰা ছামছুল ইছলামক আটক কৰে সেনা বাহিনীয়ে। জানিব পৰা মতে,…

ডিব্রুগড় বিশ্ববিদ্যালয় -ত ১০টা পদত চাকৰি

🔹 ডিব্রুগড় বিশ্ববিদ্যালয় -ত ১০টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ১০ জুন ডিব্রুগড় বিশ্ববিদ্যালয়ত খালী হোৱা অধ্যাপক, সহযোগী অধ্যাপকৰ পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

মিছ ৱর্ল্ড ২০২৫ -ৰ খিতাপ জিনিলে থাইলেণ্ডৰ সুন্দৰী ছুচাটা ছুৱাংশ্রীয়ে

🔹 মিছ ৱর্ল্ড ২০২৫ -ৰ খিতাপ জিনিলে থাইলেণ্ডৰ সুন্দৰী ছুচাটা ছুৱাংশ্রীয়ে 🔹 দ্বিতীয় স্থান লাভ কৰে মিছ ইথিঅ’পিয়াই নিউজ ডেস্ক, ১ জুন : মিছ ৱর্ল্ড ২০২৫ -ৰ খিতাপ জিনিলে থাইলেণ্ডৰ সুন্দৰী অপেল ছুচাটা ছুৱাংশ্রীয়ে৷ হায়দৰাবাদৰ তেলেংগানাত আয়োজিত…

নীপকোৰ হঠকাৰিতাত লখিমপুৰত মহাপ্রলয়, মৃত ২

🔹 নীপকোৰ হঠকাৰিতাত লখিমপুৰত মহাপ্রলয়, মৃত ২ 🔹 ৰাজ্যত আগবাৰিষাৰ প্রথমটো বানৰ বিভীষিকা বিশেষ বাৰ্তা, ১ জুন : ৰাজ্যত আগবাৰিষাৰ প্রথমটো বানে বিভীষিকাৰ সূচনা কৰিছে৷ বিগত কেইবাদিন ধৰি নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত ৰাজধানী মহানগৰ গুৱাহাটীক…

আইপিএলৰ দ্বিতীয় কোৱালিফায়াৰ -ত আজি মুম্বাইৰ সন্মুখত পঞ্জাব কিংছ

🔹 আইপিএলৰ দ্বিতীয় কোৱালিফায়াৰ -ত আজি মুম্বাইৰ সন্মুখত পঞ্জাব কিংছ 🔹 ছেমি ফাইনেলসদৃশ মেচখনত মুম্বাইক ফেভাৰিট হিচাপে আখ্যা নিউজ ডেস্ক, ১ জুন : চলিত আইপিএলৰ ফাইনেলত প্রৱেশৰ লক্ষ্যৰে আজি হ’বলগীয়া দ্বিতীয় কোৱালিফায়াৰত মুখামুখি হ’ব পাঁচবাৰৰ…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ১ জুন, জেঠ মাহৰ ১৭ তাৰিখ দেওবাৰ : তিথি– শুক্লা ষষ্ঠী, নক্ষত্র : অশ্লেষা, যাত্রা : শুভ মেষ : শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ হাতলৈ টকা–পইচা আহিব৷ পুৰণা কেছ–মোকর্দমাত জয় হ’ব৷ আনৰ পৰা পোৱা সহায়ে উৎসাহিত কৰিব৷ আজিৰ দিনটোত…

অৰুণাচলৰ চেপ্পাত ভয়ংকৰ ভূমিস্খলন ত ৭জনৰ মৃত্যু

অৰুণাচলৰ চেপ্পাত ভয়ংকৰ ভূমিস্খলন ত ৭জনৰ মৃত্যু নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে' : অৰুণাচলৰ বানা-চেপ্পা পথত হোৱা এক বৃহৎ ভূমিস্খলনে ৭জন লোকক উটুৱাই লৈ যায় আৰু গভীৰ দ ঠাইত ডুব যায়। চেপ্পা অভিমুখে গৈ থকা অৱস্থাত অবিৰত বৰষুণৰ ফলত ভূমিস্খলন…

হাইলাকান্দিত হাস্পতাল পানীৰ তলত, OPD-OTতো পানী

হাইলাকান্দিত হাস্পতাল পানীৰ তলত, OPD-OTতে পানী নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে' : ধাৰাসাৰ বৰষুণে হাইলাকান্দিত বানৰ সৃষ্টি কৰিছে। কৃত্ৰিম বানত বুৰ গৈছে হাইলাকান্দিৰ SK ৰায় চিভিল হাস্পতাল। এই হাস্পতালৰ ভিতৰত থকা অপিডি, অপাৰেচন থিয়েটাৰ,…

নীপকোসৃষ্ট ৰঙানদীৰ বলিয়া বানে আমতলাত ছিঙিলে মথাউৰি

নিয়মীয়া বাৰ্তা, ৩১ মে' : নীপকোসৃষ্ট ৰঙানদীৰ বলিয়া বানে ছিঙিলে মথাউৰি। ৰঙানদীৰ নামনি অংশৰ আমতলাত ছিঙিলে মথাউৰিটো। অঞ্চলটোৰ প্ৰায় দহখন গাঁৱৰ ৰক্ষা কৱচস্বৰূপ যোৰখাট বনিয়া গাঁৱৰ পৰা পূব আমতলা নেপালী গাঁৱৰ মথাউৰিৰ প্ৰায় এশ মিটাৰ উটুৱাই…

ভিজিলেঞ্চৰ দল দেখি খিৰিকীৰে দলিয়ালে ৫০০ৰ বাণ্ডিল

ভিজিলেঞ্চৰ দল  দেখি খিৰিকীৰে দলিয়ালে ৫০০ৰ বাণ্ডিল নিউজ ডেস্ক, ৩১ মে' : ওড়িশাৰ গ্রামোন্নয়ন বিভাগৰ অভিযন্তা এগৰাকীৰ বাসগৃহত ভিজিলেঞ্চে নগদ ২ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ দুর্নীতি আৰু উপার্জনৰ বহির্ভূত সম্পত্তিৰ অভিযোগত ভিজিলেঞ্চে…