নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

PLA-ৰ নিৰাপত্তাত আমেৰিকাত ঝি জিনপিঙৰ দুহিতা

PLA-ৰ নিৰাপত্তাত আমেৰিকাত ঝি জিনপিঙৰ দুহিতা নিউজ ডেস্ক, ৩১ মে' : চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ কন্যা ঝি মিংগেই পিএলএৰ নিৰাপত্তাত আমেৰিকা যুক্তৰাষ্ট্রত বসবাস কৰি থকা তথ্য পোহৰলৈ আহিছে৷ এমএজিএ কর্মী লৌৰা লুমাৰে সামাজিক মাধ্যম এক্সত চীনৰ…

মিজোৰামত চিনাক্ত ২জন Covid-19 আক্ৰান্ত ব্যক্তি

নিউজ ডেস্ক, ৩১ মে' : শেহতীয়াকৈ ভাৰতৰ একাংশ ৰাজ্যত Covid-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে মিজোৰামত ২জন লোক আক্ৰান্ত হৈছে। বৰ্তমান দুয়োজন ৰোগীয়ে ফালকানৰ জোৰাম মেডিকেল কলেজ এণ্ড হস্পিতালত চিকিৎসাধীন হৈ আছে। বিভাগটোৱে জনসাধাৰণক আশ্বাস…

সম্পাদকীয় : আকৌ ছেইণ্ট মার্টিন

পুনৰ চর্চালৈ আহিছে ছেইণ্ট মার্টিন ৷ বাংলাদেশৰ অধীনৰ বংগোপসাগৰৰ এটি ক্ষুদ্র দ্বীপ ছেইণ্ট মার্টিন৷ বাংলাদেশৰ কক্স বজাৰৰ পৰা ৯ কিলোমিটাৰ নিলগত অৱস্থিত ৮ বর্গকিলোমিটাৰ আয়তনৰ এইটো এটা ক্ষুদ্র দ্বীপ৷ দ্বীপটোৰ দৈর্ঘ্য ৯ কিলোমিটাৰ আৰু প্রস্থ…

ৰঙানদীৰ ৰঙাচকুত লখিমপুৰত হাহাকাৰ, ঘৰৰ মূধচলৈ বানপানী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে' : লখিমপুৰত ৰঙানদীৰ বানে লৈছে সংহাৰী ৰূপ। বানত বিধ্বস্ত হৈ পৰিছে বহু অঞ্চল। পহুমৰাত ঘৰৰ মূধচত উঠি প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছে বানাক্ৰান্তই। নীপকোৱে পানী এৰি দিয়াৰ পিছত ৰঙানদীয়ে লৈছে কালৰূপ। ইয়াৰ ফলত লখিমপুৰত…

১৭নং ৰাষ্ট্ৰীয় পথেৰে যাতায়াত বন্ধ, ছয়গাঁৱত কলহী নৈৰ খহনীয়া

নিয়মীয়া বাৰ্তা, ৩১ মে' : দক্ষিণ কামৰূপৰ ছয়গাঁৱত কলহী নৈৰ তীব্ৰ গৰাখহনীয়া ৷ চহৰখনৰ মাজমজিয়াৰে বৈ যোৱা কলহী নৈৰ ওপৰত থকা দলংখনৰ দুইমূৰত হৈছে এই গৰাখহনীয়া৷ দলংখনৰ পূব মূৰে গোটেই অংশ খহাই নিয়াৰ লগতে পশ্চিম দিশৰ উত্তৰফালেও বহু অংশ খহনীয়াত জাহ…

চাৰিদুৱাৰত কালনী নৈৰ বানৰ কবলত মোলানপুখুৰী

নিয়মীয়া বাৰ্তা, ৩১ মে : বানৰ কৱলত শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ বালিপৰাৰ ৩ নং মোলানপুখুৰী গাঁও। কালনী নৈৰ বানত কলৱত বহু লোকৰ বাসগৃহ ,মোলানপুখুৰীৰ মূল পকীপথ । পথৰ ওপৰেৰে হোৰা-হোৰে বাগৰিছে পানী , ঠায়ে ঠায়ে ক্ষতিগ্ৰস্ত…

গুৱাহাটীবাসী , আজি বিশেষ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব

গুৱাহাটীবাসী, আজি বিশেষ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব মেঘালয়–অৰুণাচলৰ বৰষুণে অসমত প্রভাৱ পেলাইছে অসমৰ বিভিন্ন প্রান্তত চৰকাৰৰ ৰেড এলার্ট আজিলৈ থাকিব ৰেড এলার্ট, অনিল নগৰ–নবীন নগৰ–ৰুক্মিণীগাঁৱত বান সাহায্য বিতৰণ নিয়মীয়া বাৰ্তা…

মুষলধাৰ বৰষুণ–ভয়ংকৰ বানত গুৱাহাটীত মহাপ্ৰলয় , প্রাণহানি ৫

মুষলধাৰ বৰষুণ–ভয়ংকৰ বানত গুৱাহাটীত মহাপ্ৰলয় , প্রাণহানি ৫ ভূমিস্খলনত বোন্দা–চপাইডঙৰ দৈমুগুৰিত মাতৃ–পুত্র, শিশুৰ মৃত্যু দতালপাৰাত শিশুৰ মৃত্যু, মেঘালয়ৰ পৰা নমা বৃহৎ পানীৰ ধলে প্লাৱিত কৰিলে যোৰাবাটৰ পৰা বৰাগাঁও পর্যন্ত ২৭নং ৰাষ্ট্রীয় ঘাইপথ…

কোৱালিফায়াৰত MI , কোন হব RCBৰ ফাইনেলৰ প্ৰতিদ্বন্দ্বী

কোৱালিফায়াৰত MI , কোন হব RCBৰ ফাইনেলৰ প্ৰতিদ্বন্দ্বী নিউজ ডেস্ক, ৩১ মে' : মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছৰ মাজত এখন ৰোমাঞ্চকৰ এলিমিনেটৰ মেচ অনুষ্ঠিত হয়। এই খেলখনত মুম্বায়ে গুজৰাটক ২০ ৰানত পৰাস্ত কৰে। এই পৰাজয়ৰ লগে লগে গুজৰাট…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ  দিনটোৰ ৰাশিফল আজি ৩১ মে’, জেঠ মাহৰ ১৬ তাৰিখ শনিবাৰ : তিথি : শুক্লা পঞ্চমী, নক্ষত্র : পুষ্যা, যাত্রা : নাই দিনটোৰ ৰাশিফল : মেষ : ভালেৰে আৰম্ভ হ’লেও পিছলৈ সাধাৰণ কেশদায়ক সমস্যা উদ্ভৱ হ’ব পাৰে৷ নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত…