CISF ৰ ক্রীড়া শিতান-ত ৪০৩টা পদত চাকৰি
CISF ৰ ক্রীড়া শিতানত ৪০৩টা পদত চাকৰি
আবেদনৰ অন্তিম তাৰিখ ৬ জুন
কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)ত ক্রীড়া শিতানৰ বাবে সংৰক্ষিত ৪০৩টা কনিষ্টবলৰ পদ পূৰণ কৰা হ’ব৷ পদৰ নাম হেড কনিষ্টবল (জেনেৰেল ডিউটী)৷ পদৰ সংখ্যা ৪০৩টা৷ দৰমহা…