ব্রাজিলত লেডী গাগা-ৰ সংগীতানুষ্ঠানত ২০ লক্ষাধিক দর্শক
নিউজ ডেস্ক, ৫ মে’ : লেডী গাগা-ৰ সংগীতানুষ্ঠানত অভিলেখ সংখ্যক দর্শকৰ উপস্থিতি৷ লেটিন আমেৰিকান ৰাষ্ট্র ব্রাজিলৰ ৰিঅ’ ডি জেনেইৰো চহৰৰ কোপাকাবানা বীচ্চত আয়োজন কৰা লেডী গাগাৰ এক বিনামূলীয়া সংগীতানুষ্ঠানত অভিলেখ সংখ্যক দর্শকৰ উপস্থিতি দেখিবলৈ…