নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

একেৰাহে ৬টা ছয় কোবাই আইপিএলত ইতিহাস ৰিয়ান-ৰ

নিউজ ডেস্ক, ৫ মে’ : একেৰাহে ৬টা ছয় কোবাই আইপিএলত ইতিহাস অসম-সন্তান ৰিয়ান পৰাগৰ। ৰাজস্থান ৰয়েলছে ইতিমধ্যে আইপিএলৰ পৰা বিদায় ল’লেও কালিৰ মেচখন কলকাতা নাইট ৰাইডার্ছৰ বাবে আছিল অতিশয় গুৰুত্বপূর্ণ৷ ৰাজস্থানৰ বাবে সন্মান ৰক্ষাৰ যুঁজ আছিল যদিও…

অসম-ৰ উন্নয়নত জাপানে সহযোগিতা আগবঢ়াব : ফুকুশ্বিৰো

বিশেষ বাৰ্তা, ৫ মে’ : তিনিদিনীয়া ভ্রমণসূচীৰে অসম-ত উপস্থিত হোৱা জাপানৰ হাউছ অৱ ৰিপ্রেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰো আৰু তেওঁৰ সৈতে অহা উচ্চ ক্ষমতাসম্পন্ন প্রতিনিধি দলটোৱে কালি দ্বিতীয় দিনা জাগীৰোডত নির্মীয়মাণ টাটা অর্ধপৰিবাহী…

কঠিন পৰিশ্রমৰ ফল বৈভৱ

কঠিন পৰিশ্রমৰ ফল বৈভৱ সফলতাৰ পথ সদায় কঠিন ৷ ইয়াৰ বাবে কোনো চমু পথ নাই৷ অত্যধিক পৰিশ্রম আৰু একাগ্রতা অবিহনে কেতিয়াও সফলতাৰ মুখ দেখা সম্ভৱপৰ নহয়৷ চলিত প্রিমিয়াৰ লীগত চমকপ্রদ ক্রীড়া নৈপুণ্যৰে সকলোৰে দৃষ্টি আকর্ষণ কৰা ভাৰতীয় ক্রিকেটৰ বিস্ময়…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল আজি ৫ মে’, ব’হাগ মাহৰ ২১ তাৰিখ সোমবাৰ : তিথি– শুক্লা অষ্টমী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই মেষ : ভাই–ভনীৰ পৰা সমাদৰ পাব৷ দিনটোত ধনৰ কষ্ট পাব পাৰে৷ প্রেমত সতর্ক হওক৷ পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব৷ বিদ্যাত বাধা৷ শুভ ৰং…

কাগিছো ৰাবাডা-ক ক্রিকেটৰ পৰা নিলম্বন 

নিউজ ডেস্ক, ৪ মে’ : হঠাৎ আইপিএল এৰি এপ্রিলৰ আৰম্ভণিতে ঘৰমুৱা হৈছিল কাগিছো ৰাবাডা ৷ মাত্র দুখন মেচ খেলি কিয় ঘৰলৈ গৈছিল তাক লৈ প্রশ্ণ উত্থাপন হৈছিল৷ অৱশ্যে সেই সময়ত গুজৰাট টাহটানছে এক বিবৃতি জাৰি কৰি ব্যক্তিগত কাৰণত ৰাবাডাই ঘৰলৈ উভতি যোৱা…

ডিব্রুগড় বিশ্ববিদ্যালয়ত ২২টা পদত চাকৰি

ডিব্রুগড় বিশ্ববিদ্যালয়ত ২২টা অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলত তালিকা আগবঢ়োৱা হ'ল-

ইএছআইচি-ত ৫৫৮টা পদত চাকৰি

কর্মচাৰী ৰাজ্যিক বীমা নিগম ( ইএছআইচি )ত ভিন্ন বর্গৰ ৫ শতাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলত তালিকা আগবঢ়োৱা হ'ল-

দ্বিতীয়বাৰৰ বাবে প্রধানমন্ত্রী আলবানিজ

নিউজ ডেস্ক, ৪ মে’ : প্রধানমন্ত্রী এন্থনী আলবানিজ নেতৃত্বাধীন লেবাৰ পার্টীয়ে অষ্ট্রেলিয়াৰ নির্বাচনত নির্ণায়ক বিজয় লাভ কৰে৷ এই জয়েৰে এন্থনী আলবানিজে ঐতিহাসিক দ্বিতীয়বাৰৰ বাবে অষ্ট্রেলিয়াৰ ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰিব৷ ২০০৪ চনৰ পিছত…

চীনৰ সহায়ত উত্তৰ–পূব দখল কৰিব বাংলাদেশে

নিউজ ডেস্ক, ৪ মে’ : জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীৰ আক্রমণৰ পিছতেই ভাৰত আৰু পাকিস্তানৰ মাজত আসন্ন যুদ্ধৰ সময়তে উত্তৰ–পূবক লৈ বিস্ফোৰক মন্তব্য আগবঢ়াইছে বাংলাদেশ চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ এগৰাকী ঘনিষ্ঠই৷ মহম্মদ ইউনুছৰ ঘনিষ্ঠ…

এছিয়া কাপ-ৰ পৰা পাকিস্তানক বাদ দিয়ক : গাভাস্কাৰ

নিউজ ডেস্ক, ৪ মে’ : চলিত বর্ষৰ ছেপ্টেম্বৰত ভাৰতত অনুষ্ঠিত হ’ব এছিয়া কাপ ক্রিকেট প্রতিযোগিতা৷ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পিছৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি পাকিস্তানক এছিয়া কাপৰ পৰা বাদ দিয়াৰ দাবী জনাইছে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা…