নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অত্যধিক ড্রাগছ সেৱন কৰোৱাই প্রেমিক-ক হত্যা প্রেমিকাৰ

বিশেষ বাৰ্তা, ৪ মে’ : প্রেমিক-ক পৰিকল্পিত হত্যা নে ৰহস্যজনক মৃত্যু? মহানগৰীৰ নুনমাটিৰ নিজৰাপাৰত এজন যুৱকৰ মৃতদেহ নিজৰ বাসভৱনত ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাৰ পাছতে চর্চালৈ আহে এই প্রশ্ন ৷ মৃত যুৱকজন ছাৰুখ আহমেদ ওৰফে ৰিকি৷ পৰহি নিজৰাপাৰৰ বাসভৱনত…

প্লে-অফৰ এখোজ আঁতৰত ৰয়েল চেলেঞ্জার্ছ

নিউজ ডেস্ক, ৪ মে’ : ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু-ৰ চলিত আইপিএলৰ প্লে-অফত প্রৱেশ প্রায় নিশ্চিত হৈ পৰিছে৷ প্রতিযোগিতাখনৰ কালি অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত ঘৰুৱা দল বেংগালুৰুৱে পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক মাত্র দুই ৰানত পৰাস্ত কৰে৷ মেচখনত…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল আজি ৪ মে’, ব’হাগ মাহৰ ২০ তাৰিখ দেওবাৰ : তিথি– শুক্লা সপ্তমী, নক্ষত্র : পুষ্য, যাত্রা : শুভ মেষ : কথা–বতৰাত সতর্কতাৰ প্রয়োজন৷ আজিৰ দিনটো যাত্রাৰ বাবে শুভ৷ বেঙুনীয়া ৰং ব্যৱহাৰ কৰিব৷ প্রেমৰ ক্ষেত্রত সুখী হ’ব নোৱাৰিব৷…

লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটৰ ভেন্যু ঘোষণা, আন ৪বিধ খেলৰো প্ৰত্যাৱৰ্তন

Cricket at LA olympics : ১২৮ বছৰৰ পাছত লছ এঞ্জেলছ অলিম্পিকত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে ক্ৰিকেট। এতিয়া ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ আয়োজক সমিতিয়ে ক্ৰিকেট খেল আয়োজনৰ খেলপথাৰ ঘোষণা কৰিছে। অলিম্পিক কমিটীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে…

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত নানাৰঙী অৰ্কিডৰ সমাহাৰ

মহাবিদ্যালয় খনৰ মূল লক্ষ্য, যুৱ প্ৰজন্মক শিক্ষাৰ লগতে প্ৰকৃতি সংৰক্ষণ, বিভিন্ন প্ৰশিক্ষনেৰে স্বাৱলম্বী কৰি মানৱ সম্পদ গঢ়া..

সশস্ত্র সুৰক্ষা চিকিৎসা সেৱাত ৪০০ চাকৰি

সশস্ত্র সুৰক্ষা চিকিৎসা সেৱাত খালী হোৱা ৪ শতাধিক পদত নিযুক্তিৰ বাবে প্রস্তুতি চলোৱা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলত তালিকা আগবঢ়োৱা হ'ল-

লাহোৱাল বজাৰৰ এখন হোটেলৰ খাদ্যত ওলাল পোক

নিয়মীয়া বাৰ্তা, ৩ মে" : লাহোৱাল বজাৰৰ মাজমজিয়াত অৱস্থিত একাধিক চাহ মিঠাইৰ হোটেলৰ যি ভিতৰুৱা অপৰিস্কাৰ পৰিৱেশ সেই পৰিৱেশ দেখিলে হয়তো গ্ৰাহক সকলৰ চকু কপালত উঠাটো তেনেই স্বাভাৱিক বুলি লাগিব। হোটেলসমূহত খাদ্য প্ৰস্তুত কৰা যি পাত্ৰ সেই…

শৃংখলা ভংগৰে পাকিস্তানী যুৱতীৰে বিয়া জোৱানৰ

নিউজ ডেস্ক, ৩ মে’ : পাকিস্তানী যুৱতী মিনাল খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জম্মু–কাশ্মীৰৰ চিআৰপিএফ জোৱান মুনিৰ খান৷ শেহতীয়া এক প্রতিবেদন অনুসৰি মুনিৰ খানৰ বিৰুদ্ধে বিচাৰ বিভাগীয় তদন্ত গ্রহণৰ প্রস্তুতি চলিছে৷ চিআৰপিএফে অনুমতি দিয়াৰ পূর্বেই…

এয়াৰ ইণ্ডিয়া-ৰ ক্ষতি হ’ব পাঁচ হাজাৰ কোটি টকা

নিউজ ডেস্ক, ৩ মে’ : ভাৰতীয় বিমানৰ বাবে আকাশী সীমা বন্ধ কৰিছে পাকিস্তানে৷ ইয়াৰ ফলত এয়াৰ ইণ্ডিয়া-ৰ পাঁচ হাজাৰ কোটি টকাৰ অধিক লোকচান হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে৷ সূত্রই সদৰী কৰা অনুসৰি যদি পাকিস্তানৰ আকাশী সীমা এবছৰৰ বাবে ভাৰতীয় বিমানৰ কাৰণে…

ভিন্ন পৰিচয়-ৰে ৪ ৰাজ্যত ১২ পুৰুষৰে বিবাহ

নিউজ ডেস্ক, ৩ মে’ : ভিন্ন পৰিচয় ! উত্তৰ প্রদেশত তেওঁ ছুইটী৷ হাৰিয়ানাত তেওঁৰ নাম সীমা৷ বিহাৰত নেহা, গুজৰাটত আকৌ সেই তৰুণীৰ নাম কাজল! চাৰিখন ৰাজ্যত চাৰিটা পৰিচয়েৰে বিবাহপাশত আবদ্ধ হৈ বহু পুৰুষক প্রতাৰণা কৰিছিল এই তৰুণীয়ে৷ বিবাহপাশত আবদ্ধ হৈ…