ভিন্ন পৰিচয়-ৰে ৪ ৰাজ্যত ১২ পুৰুষৰে বিবাহ
নিউজ ডেস্ক, ৩ মে’ : ভিন্ন পৰিচয় ! উত্তৰ প্রদেশত তেওঁ ছুইটী৷ হাৰিয়ানাত তেওঁৰ নাম সীমা৷ বিহাৰত নেহা, গুজৰাটত আকৌ সেই তৰুণীৰ নাম কাজল! চাৰিখন ৰাজ্যত চাৰিটা পৰিচয়েৰে বিবাহপাশত আবদ্ধ হৈ বহু পুৰুষক প্রতাৰণা কৰিছিল এই তৰুণীয়ে৷ বিবাহপাশত আবদ্ধ হৈ…