নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গোৱাৰ লাইৰাই দেৱী মন্দিৰ-ত হুলস্থূল পৰিৱেশ, নিহত ৬

নিউজ ডেস্ক, ৩ মে' : গোৱাৰ শিৰগাঁও গাঁৱৰ লাইৰাই দেৱী মন্দিৰ-ত আজি পুৱতিনিশা সংঘটিত হোৱা ভয়াৱহতা পদপিষ্টৰ ঘটনাত কমেও ৬জন লোক নিহত হোৱাৰ লগতে ৩০জন আহত হয়। বাৰ্ষিক উৎসৱৰ বাবে গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ ভক্তসকল সমৱেত হৈছিল বুলি পিটিআইয়ে…

পাকিস্তান ক্রিকেটৰ সংকট

যোৱা ২২ এপ্রিলত পেহেলগামত পাকিস্তান-ৰ সন্ত্রাসবাদীৰ আক্রমণত ২৬গৰাকী ভাৰতীয় লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰে অধিকাংশ লোকেই আছিল দেশৰ বিভিন্ন প্রান্তৰ পৰা কাশ্মীৰলৈ যোৱা পর্যটক৷ এই ঘটনাৰ বাবে পাকিস্তানকেই দায়ী কৰিছে ভাৰতে৷ দেশখনৰ বিৰুদ্ধে ইতিমধ্যে…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল : ৩ মে’, ব’হাগ মাহৰ ১৯ তাৰিখ শনিবাৰ : তিথি– শুক্লা ষষ্ঠী, নক্ষত্র : পুনর্ব্বসু, যাত্রা : নাই মেষ : আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ কর্মক্ষেত্রত উন্নত পৰিৱেশ৷ ব্যৱসায়ত…

জানক কাইলৈৰ দিনটোৰ ৰাশিফল

কাইলৈ ​​মেষ, সিংহ, তুলা আৰু কুম্ভ ৰাশিৰ ৰাশিফল বিশেষ হ’বলৈ গৈ আছে। কাইলৈ মেষ ৰাশিৰ লোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাতকৈ বেছি ভাগ্য লাভ কৰিব, বৃষ ৰাশিৰ লোকসকলে কাইলৈ ​​অসাৱধানতা পৰিহাৰ কৰিব লাগে। কাইলৈ আটাইকেইটা ৰাশিৰ সকলো ৰাশিফলৰ…

কংগ্ৰেছ-ৰ দিনত চাকৰি লওঁতে সতীত্ব হৰণ হৈছিল অসমীয়া ছোৱালীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে' : 'চাকৰি লওঁতে সতীত্ব হৰণ হৈছিল অসমীয়া ছোৱালী-ৰ। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু ৬ টা দিনহে বাকী। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা…

ত্ৰস্তমান পাকিস্তান, PoK-ত দুমাহৰ বাবে খাদ্য মজুতৰ নিৰ্দেশ

নিউজ ডেস্ক, ১ মে' : জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশতে ক্ষোভৰ পৰিৱেশ চলি আছে। সাধাৰণ মানুহৰ পৰা ৰাজনীতিবিদলৈকে সকলোৱে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সমগ্ৰ দেশে সৰ্বসন্মতিক্ৰমে ভাৰত…

নলবাৰীত গৌৰৱ গগৈ-ক ক’লা পতাকা প্ৰদৰ্শন, প্ৰৱেশত বাধা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে' : পাকিস্তানৰে সম্পৰ্ক থকা কংগ্ৰেছৰ সাংসদত গৌৰৱ গগৈ-ক আজি নলবাৰীত স্থানীয় ৰািজে পহুখেদা দিয়ে। নিৰ্বাচনী সভা চলি থকাৰ মাজতেই গৌৰৱ গগৈক ক'লা পতাকা প্ৰদৰ্শন কৰি ৰাইজৰ প্ৰতিবাদ সাব্যস্ত কৰে। 'গৌৰৱ গগৈ গ’ বেগ’,…

কমিউনিষ্ট পাৰ্টী মানে গুণ্ডাবাহিনীৰ দল : মন্ত্ৰী পীযুষ

নিয়মীয়াবাৰ্তা, কমলপুৰ, ২ মে' : কমিউনিষ্ট পাৰ্টি মানে গুণ্ডাবাহিনীৰ দল আখ্যা দিয়ে। কমিউনিষ্ট পাৰ্টি চোৰ ডকাইত গুণ্ডাবাহিনীৰ দল বুলি কৈ কমিউনিষ্ট পাৰ্টিৰ চৰকাৰ হলে মানুহ মাৰি পেলাব মাৰি পেলাব মানে একেবাৰে মৰি যোৱাকৈ মাৰি পেলাব বুলি ৰাইজক…

CM News Assam : পাকিস্তানৰ গুণ গোৱাসকলে নাপাব ৰেহাই

বিশেষ বাৰ্তা, ২মেঃ CM News Assam । অসমত এতিয়া শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে৷ অসমত এতিয়া বন্দুক বাৰুদৰ বোমাৰ শব্দত ৰাতি নুপুৱাই৷ ঢোল পেপা গগণাৰ মাতহে ৰাতিপুৱাই৷ মানুহে নিশা তিনি বজালৈকে বিহু উপভোগ কৰা পৰিৱেশ আজি অসমত সৃষ্টি হৈছে৷ এই মন্তব্য…

ৰে’ল বিভাগত ৯,৯৭০টা পদত চাকৰি

ভাৰত চৰকাৰৰ ৰে’ল মন্ত্রালয়ৰ অধীনস্থ ৰে’লৱে ৰিক্রুইটমেণ্ট ব’ৰ্ডৰ তৰফৰ পৰা বৃহৎসংখ্যক পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷