সম্পাদকীয় : বহিঃবিশ্বত জীৱৰ সন্ধান
বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ বাবে অহৰহ মহাকাশ অভিযান চলাই থকা বিজ্ঞানীসকলে পৃথিৱীৰ বাহিৰে আন কোনো গ্রহত জীৱৰ অস্তিত্ব আছেনে নাই, তাক লৈও গৱেষণা চলাই আছে৷ গৱেষণাৰ সমান্তৰালকৈ মহাকাশ অভিযানত বিজ্ঞানীসকলে পৃথিৱীৰ বাহিৰে সৌৰজগতৰ আন গ্রহত…