নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিয়াৰ এদিন পূর্বে নিহত গাজাৰ সাহসী সাংবাদিক

🔹 ইজৰাইলী নৃশংসতাৰ ছবি তুলি ধৰিছিল আন্তর্জাতিক মঞ্চত নিউজ ডেস্ক, ২০ এপ্রিল : শৈশৱৰ পৰাই তেওঁ যুদ্ধ, মৃত্যু, ৰক্তপাত, আত্মীয়ক হেৰুওৱাৰ ক্রন্দন দেখি অভ্যস্ত৷ ভয়াৱহ এই পৰিস্থিতিৰ মাজত ডাঙৰ হৈ পৰৱর্তী সময়ত সেই দৃশ্য আৰু ঘটনাবোৰক বিশ্ব দৰবাৰলৈ…

সর্বকনিষ্ঠ হিচাপে আইপিএলত অভিষেক বৈভৱ সূর্যবংশীৰ

🔹 মেগা নিলামত ১৪ বছৰীয়া বৈভৱক এক কোটি দহ লাখ টকাত ক্রয় নিউজ ডেস্ক, ২০ এপ্রিল : সর্বকনিষ্ঠ খেলুৱৈ হিচাপে আইপিএলত অভিষেক ঘটিল ৰাজস্থান ৰয়েলছৰ বৈভৱ সূর্যবংশীৰ৷ চলিত আইপিএলৰ কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিপক্ষে খেলা মেচখনত অভিষেক ঘটে ১৪…

কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ত ২৪টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ এপ্রিল নলবাৰীৰ কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত শিক্ষকসহ ভিন্ন বিভাগত ২৪টা খালী পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে৷

অসমৰ ছীডফার্মত আহি সদলবলে ভাবুকি নগা বিধায়কৰ

🔹 ১৩০০ একৰ ভূমি নাগালেণ্ডৰ বুলি দাবী নিয়মীয়া বার্তা, মেৰাপানী, ২০ এপ্রিল : অসমৰ ভৌগোলিক মানচিত্রৰ ভিতৰৰ মেৰাপানী ছীডফার্ম নাগালেণ্ডৰ বুলি পুনৰ দাবী কৰিছে নাগালেণ্ড চৰকাৰে৷ নাগালেণ্ডৰ এজন বিধায়ক আৰু নগা প্রশাসনৰ এটা সঁজাতী দলে মেৰাপানীৰ…

ভাৰতীয় পণ্যৰ বাবে বজাৰ খুলিব চীনে

🔹 ট্রাম্পৰ ‘শুল্ক বোমা’ৰ মোকাবিলা কৰাৰ নতুন কৌশল বেইজিঙৰ নিউজ ডেস্ক, ২০ এপ্রিল : চীনা পণ্যৰ ওপৰত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ‘শুল্ক বোমা’ই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ শুল্ক যুদ্ধৰ ফলত চীনৰ বাণিজ্যিক অৱস্থা হঠাতে শোচনীয় হৈ পৰিছে৷…

আইপিএলত ক্রমাগত চতুর্থ পৰাজয় ৰিয়ান বাহিনীৰ

🔹 ২ ৰানত ৰোমাঞ্চকৰ জয় লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ নিউজ ডেস্ক, ২০ এপ্রিল : ৰাজস্থান ৰয়েলছৰ চলিত আইপিএলত পৰাজয়ৰ ধাৰা অব্যাহত আছে৷ কালি জয়পুৰত অনুষ্ঠিত মেচখনত ঘৰুৱা দলটোৱে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হাতত মাত্র দুই ৰানত পৰাস্ত হয়৷ ক্রমাগত চতুর্থ…

কানাডাত ২ ফৈদৰ গুলীৰ মাজত নিহত ভাৰতীয় ছাত্রী

🔹 উচ্চ শিক্ষাৰ বাবে দুবছৰ পূর্বে কানাডালৈ গৈছিল হৰছিমৰত নিউজ ডেস্ক, ২০ এপ্রিল : গোষ্ঠীসংঘর্ষৰ মাজত পৰি কানাডাৰ ৰাস্তাত গুলীবিদ্ধ হৈ মৃত্যু হ’ল এগৰাকী ভাৰতীয় ছাত্রীৰ৷ বুধবাৰে সন্ধিয়া ৭.৩০ বজাত কলেজৰ পৰা ওলাই বাছ ধৰিবলৈ ৰাস্তাৰ কাষত অপেক্ষা…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ এপ্রিল, ব’হাগ মাহৰ ৬ তাৰিখ দেওবাৰ : তিথি– কৃষ্ণা সপ্তমী, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : নাই মেষ : পুৱাৰ ভাগত মনটো উদ্বেগজনক দেখা যাব৷ ভ্রমণ কৰিব পাৰে৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ১৷…

দিল্লীক হৰুৱাই শীর্ষস্থানলৈ উন্নীত গুজৰাট টাইটানছ, বাটলাৰৰ বিস্ফোৰক ৯৭

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছে চলিত আইপিএলত পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হৈছে৷ আজি আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হাই স্ক’ৰিং মেচখনত গুজৰাটে দিল্লী কেপিটেলছক সাত উইকেটত সহজেই পৰাস্ত কৰে৷…

অন্তৰীক্ষ অভিমুখে বায়ুসেনাৰ গ্রুপ কেপ্টেইন শুভাংশু শুক্লা, মহাকাশ যাত্রাত নতুন ইতিহাস ৰচাৰ দিশে ভাৰত

নিউজ ডেস্ক, ১৯ এপ্রিল : মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচাৰ দিশে আগবাঢ়িছে ভাৰত৷ ৰাকেশ শর্মাৰ চাৰিটা দশকৰ পাছত অহা মে’ মাহত অন্তৰীক্ষ অভিমুখে যাত্রা কৰিব ভাৰতীয় নভোচৰ তথা বায়ুসেনাৰ গ্রুপ কেপ্ঢেইন শুভাংশু শুক্লা৷ এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে…