নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

টিপলাইত তিনি দিন ধৰি পৰিত্যক্ত টাটা ইণ্ডিকা ভিষ্টা বাহন, চাঞ্চল্য 

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত টিপলাইৰ সমীপৰ উলুবাৰী-সোণাপুৰ গাওঁত যোৱা তিনি দিন ধৰি পৰিত্যক্ত অৱস্থাত থকা এখন টাটা ইণ্ডিকা ভিষ্টা বাহনক(AS 01 MB 5249)কেন্দ্র কৰি সমগ্ৰ অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি…

আজিৰ পৰা প্রাইড ইষ্টৰ মনোৰঞ্জনধর্মী চেনেল ‘ৰং’ত ‘আদি অনাদি’ ‘মন আকাশৰ তৰা’–‘ৰামধেনু’ৰ সম্প্রচাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ এপ্ৰিলঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট্ছ প্রাইভেট লিমিটেডৰ মনোৰঞ্জনধর্মী চেলেন ৰং–এ ব’হাগৰ আগমনত দর্শকৰ বাবে লৈ আহিছে তিনিখনকৈ উন্নতমানৰ নতুন ধাৰাবাহিক৷ আজিৰে পৰা ৰঙত সম্প্রচাৰ হ’বলগীয়া ধাৰাবাহিক তিনিখন হ’ল– ‘আদি…

মাজুলীৰ লাচন চাপৰিত স্থাপন হ’ব ‘বাল্যচ’ৰা’, প্রাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ এপ্ৰিলঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চিএমডি) ৰিণিকি ভূঞা শর্মাই গুৰুত্বপূর্ণ এক আঁচনি লৈ মাজুলীত উপস্থিত হয়৷ ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনসহ…

ডিক’ডিং জীৱন- আৱেগিক ব্লেকমেইল : মৰমেৰে অত্যাচাৰ

ড০ পার্থসাৰথি মহন্ত ‘মই ইমান কৰিলোঁ, আৰু, মোক এয়া প্রতিদান দিলা?’ ‘এয়াই মোৰ গুৰুত্ব?’ ‘তোক সৰুৰে পৰা মৰম কৰিলোঁ, আৰু এতিয়া মোক এনেকুৱা কৰিলি?’ এইটোও পঢ়ক  পুৰণি পাপ নতুন অজুহাত এই বক্তব্যবোৰ অতি চিনাকি৷ আৱেগিক ব্লেকমেইল৷ কাৰোবাৰ আচৰণ…

পুটিনৰ মহাকাশ যুদ্ধৰ পৰিকল্পনা, ফেব্রুৱাৰীত গোপনে মহাকাশলৈ ৩ সামৰিক কৃত্রিম উপগ্রহ

আমেৰিকা আৰু ইউৰোপৰ দেশত আতংক, ৰাছিয়াৰ কৃত্রিম গ্রহত ৰহস্যজনক বস্তুক লৈ মার্কিন মহাকাশ বাহিনীৰ উদ্বিগ্নতা নিউজ ডেস্ক, ২১ এপ্রিলঃ ইউক্রেইনৰ সৈতে যুদ্ধ চলি থকাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে অতি গোপনে মহাকাশলৈ তিনিটা সামৰিক…

ফকিৰগঞ্জত জিঅ’ বেগৰ সংস্থাপনৰ কামত ব্যৱহৃত নাও দুৰ্ঘটনাগ্ৰস্ত, আহত দুই

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ অজি পুৱা দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামত ব্যৱহৃত নাও এখন নৈখনত বুৰ যোৱাৰ ফলত কথমপি কেইবাগৰাকী লোকৰ প্ৰাণৰক্ষা পৰা বুলি জানিব পৰা গৈছে। অৱশ্যে, নাওখনেৰে গৰাখহনীয়া প্ৰতিৰোধী জিঅ'…

১৪ বছৰীয়া কিশোৰৰ বেটিঙত মুগ্ধ গুগলৰ মুখ্য কার্যবাহী, আইপিএলৰ বাবে বৈভৱে এৰি দিছিল প্রিয় ছাগলীৰ…

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ আইপিএলৰ নিলামৰ সময়ত আলোচনালৈ আহিছিল ১৪ বছৰীয়া বৈভৱ সূর্যবংশী৷ ১ কোটি ১০ লাখ টকাত বিহাৰৰ এইগৰাকী ১৪ বছৰীয়া কিশোৰ বেটাৰক ক্রয় কৰিছিল ৰাজস্থান ৰয়েলছে৷ আইপিএলত দলত স্থান পোৱাৰ পিছত বৈভৱক কঠোৰ নিয়ম বান্ধি দিছিল প্রশিক্ষক…

কোন বহিব ধোনীৰ নামাংকিত আসনত, মুম্বাই ক্রিকেট সন্থাৰ বৈঠকত গ্রহণ কৰিলে সিদ্ধান্ত

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ ৱাংখেড়েত মহেন্দ্র সিং ধোনীৰ নামত আছে দুখন আসন৷ ২০১১ চনৰ বিশ্বকাপত ভাৰতক ছিক্সাৰ কোবাই বিজয় উপহাৰ দিয়া বলটো এই দুখন আসনত পৰিছিল৷ সেই আসন দুখনত কোন বহিব সেই কথা স্থিৰ কৰিছে মুম্বাই ক্রিকেট সন্থাই৷ সন্থাটোৱে তেওঁলোকৰ ১৬…

২০৩৪ৰ বিশ্বকাপত ৬৪খন দেশ সাজু আয়োজক ছৌদি আৰব

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ ২০৩৪ৰ বিশ্বকাপত যদি ৬৪খন দেশে অংশগ্রহণ কৰে, তেনেহ’লে আয়োজনৰ বাবে সম্পূর্ণৰূপে সাজু ছৌদি আৰব৷ তেওঁলোকে স্পষ্টভাৱে জনাই দিছে যে এনে এখন বৃহৎ প্রতিযোগিতাৰ আয়োজনৰ ক্ষেত্রত কোনো সমস্যা নহয়৷ উল্লেখ্য যে পৰৱর্তী বিশ্বকাপত…

ভেটিকান চহৰত জীৱনাৱসান পোপ ফ্ৰান্সিছৰ, শোকগ্ৰস্ত ১৪ কোটি কেথলিক

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ ৮৮ বছৰ বয়সত মৃত্যু হল পোপ ফ্ৰান্সিছৰ। পোপ ফ্ৰান্সিছ নিউমোনিয়াত আক্ৰান্ত আছিল। ভেটিকান চহৰত তেওঁ শেষ উশাহ লয়। তেওঁৰ মৃত্যুৰ খবৰে ১৪ কোটি লোকৰ কেথলিক সম্প্ৰদায়ক শোকগ্ৰস্ত কৰিছে। ১৪ ফেব্ৰুৱাৰীত পোপ ফ্ৰান্সিছক…