নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

২৫ এপ্রিলত অসমলৈ আহিব ৰাষ্ট্রপতি দ্রৌপদী মুর্মু

🔹 গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২সংখ্যক দীক্ষান্ত সমাৰোহ বিশেষ বাৰ্তা, ১০ এপ্রিল : অহা ২৫ এপ্রিলত গুৱাহাটীলৈ আহিব ৰাষ্ট্রপতি দ্রৌপদী মুর্মু৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২সংখ্যক দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে ৰাষ্ট্রপতিগৰাকী উপস্থিত থাকিব৷…

গৃহ–গাড়ীৰ ঋণ লওঁতাই লাভ কৰিব সকাহ

🔹 ৬ শতাংশ ৰেপ’ ৰেট হ্রাস ৰিজার্ভ বেংকৰ নিউজ ডেস্ক, ১০ এপ্রিল : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ শুল্ক বোমাই দেশৰ আভ্যন্তৰীণ আর্থিক বিকাশত প্রভাৱ পেলোৱাৰ আশংকা ঘনীভূত হৈছে৷ এনে সময়তে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই কালি ২৫ বেছিক পইণ্টৰ…

সহযাত্রীৰ পৰা লোৱা ম’বাইলৰ প্লাগ–কেবল ওভতাই দিব নোৱাৰি দুঃখিত ড০ শর্মা

🔹 ডুবাই অভিমুখী বিমানত বিশেষ ঘটনা ঘটিল মুখ্যমন্ত্রীৰ বিশেষ বাৰ্তা, ১০ এপ্রিল : নেদাৰলেণ্ড ভ্রমণলৈ যোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ডুবাই অভিমুখী বিমানত এক বিশেষ ঘটনা সংঘটিত হয়৷ যাত্রাকালত মুখ্যমন্ত্রী ড০ শর্মাই এজন সহযাত্রীৰ পৰা…

বিশেষ বিমানেৰে ভাৰতলৈ সন্ত্রাসবাদী তাহাউৰ ৰাণা

🔹 ২৬/১১ৰ ভয়ংকৰ মুম্বাই আক্রমণৰ মূল ষড়যন্ত্রকাৰী নিউজ ডেস্ক, ১০ এপ্রিল : অৱশেষত ২৬/১১ৰ মুম্বাই আক্রমণৰ মূল ষড়যন্ত্রকাৰী পাকিস্তানী–কানাডাৰ নাগৰিক তাহাউৰ ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ প্রত্যর্পণ কৰা হ’ল৷ ৰাষ্ট্রীয় অনুসন্ধান সংস্থা, চমুকৈ ‘নিয়া’ই…

৯ বজাৰ পূর্বে বিদ্যালয়ত উপস্থিত হ’ব লাগিব শিক্ষক

🔹 শিক্ষা বিভাগৰ কঠোৰ নির্দেশনা বিশেষ বাৰ্তা, ১০ এপ্রিল : নতুন শৈক্ষিক বর্ষ আৰম্ভ হোৱাৰ সময়তে কামৰূপ মহানগৰ জিলাৰ চৰকাৰী আৰু প্রাদেশীকৃত বিদ্যালয়সমূহৰ শিক্ষকসকললৈ কেতবোৰ কঠোৰ নির্দেশনা জাৰি কৰা হৈছে৷ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ…

চৰকাৰী মেডিকেল কলেজ হাস্পতালত ৬২০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৫ এপ্রিল মেডিকেল এণ্ড হেলথ ৰিক্রুইটমেণ্ট ব’ৰ্ড, অসমৰ ফালৰ পৰা অসম মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনত চৰকাৰী মেডিকেল কলেজ হাস্পতালত ৬ শতাধিক পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে৷

কাৰ দখলত আইপিএলৰ সর্বাধিক উইকেট ?

🔹 ভুবনেশ্বৰক অতিক্রম ৰবিচন্দ্রন অশ্বিনৰ নিউজ ডেস্ক, ১০ এপ্রিল : চেন্নাই ছুপাৰ কিংছৰ তাৰকা স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে আইপিএলত এক কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে৷ আইপিএলৰ ইতিহাসত সর্বাধিক উইকেট দখল কৰা বলাৰৰ তালিকাত তৃতীয় স্থান দখল কৰে…

আইপিএলৰ ইতিহাসত আটাইতকৈ দীঘলীয়া অভাৰ

🔹 শ্বার্দুলৰ লজ্জাজনক নজিৰ নিউজ ডেস্ক, ১০ এপ্রিল : আইপিএলৰ ইতিহাসত আটাইতকৈ দীঘলীয়া অভাৰ বলিং কৰে শ্বার্দুল ঠাকুৰে৷ মঙলবাৰে কলকাতাৰ ইডেন গার্ডেনত কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে খেলা মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অলৰাউণ্ডাৰগৰাকীয়ে এই…

ক্রমাগত চতুর্থ জয়েৰে পইণ্ট তালিকাৰ শীর্ষত গুজৰাট

🔹 দীঘলীয়া ইনিংছ খেলাত ব্যর্থ ৰিয়ান, পৰাস্ত ৰাজস্থান নিউজ ডেস্ক, ১০ এপ্রিল : ক্রমাগত চতুর্থ জয়েৰে চলিত আইপিএলৰ পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হ’ল শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছে৷ কালি আহমেদাবাদত অনুষ্ঠিত মেচখনত গুজৰাটে ৰাজস্থান…

‘কিলাৰ’ ডাম্পাৰৰ খুন্দাত দুই স্কুটী আৰোহীৰ মৃ*ত্যু

🔹 মহানগৰীৰ লালমাটিত সন্ধিয়া ভয়াৱহ পথ দুর্ঘটনা বিশেষ বার্তা, ১০ এপ্রিল : মহানগৰীৰ ৰাজপথত ‘কিলাৰ’ ডাম্পাৰৰ দৌৰাত্ম্যই কালি প্রাণ কাঢ়িলে দুই স্কুটী আৰোহীৰ৷ এই ভয়ংকৰ পথ দুর্ঘটনাটো সংঘটিত হয় লালমাটিৰ গেমছ ভিলেজৰ সন্মুখত৷ সন্ধিয়া প্রায় ৭.২০…