নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বাণিজ্যিক বিশ্বযুদ্ধ

কেইবাগৰাকী বিদগ্ধ বাণিজ্যিক পর্যবেক্ষক আৰু অর্থনৈতিক সমীক্ষকে এইটো দশকৰ আৰম্ভণিতে সকীয়নি প্রদান কৰিছিল যে পৰৱর্তী বিশ্বযুদ্ধ হ’ব বাণিজ্যক লৈ৷ সহজ অর্থত ব্যৱসায়িক প্রতিদ্বন্দ্বিতা আৰু ব্যৱসায়িক লাভালাভক লৈ হ’ব বিশ্বযুদ্ধ৷ সেই অর্থনৈতিক…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ এপ্রিল, চ’ত মাহৰ ২৭ তাৰিখ বৃহস্পতিবাৰ : তিথি– শুক্লা ত্রয়োদশী, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : শুভ মেষ : দিনটোত বিশেষ সাৱধানে চলা ভাল৷ বিদ্যার্থীসকলে অধ্যয়নৰ ক্ষেত্রত চেষ্টা অব্যাহত ৰাখক৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷ বৃষ : বাহ্যিক…

এপ্ৰিলতে ঊৰ্ধমুখী গৰমৰ পাৰাস্তম্ভ, মে’-জুন মাহত পৰিস্থিতি হব অধিক ভয়াৱহ, মানি চলক গৰমৰ দিনৰ কিছু…

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ এপ্ৰিল মাহতে গৰম তীব্ৰতৰ হ’বলৈ আৰম্ভ কৰিছে। দেশৰ বহু ঠাইত বিপজ্জনক গৰমৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আগন্তুক দিনত উষ্ণতা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি সকীয়াই দিছে বতৰ বিজ্ঞান বিভাগে। মে’-জুন মাহত পৰিস্থিতি আৰু অধিক ভয়াৱহ…

বেটেৰী ৰিক্সা চলাই আহি মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ, চৰ্চাত শিৱসাগৰৰ গৌৰৱ ৰঞ্জন

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ নৱপ্ৰজন্মৰ এচামে শিক্ষানুষ্ঠানলৈ আহিবলৈ অভিভাৱকক বাইক বিচাৰি হাৰাশাস্তি কৰি অহাৰ বিপৰীতে শিৱসাগৰৰ এজন ছাত্ৰই বেটেৰী ৰিক্সা চলাই মহাবিদ্যালয়লৈ আহি ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। সামাজিক মাধ্যমতো প্ৰচাৰ লাভ কৰা…

বিজনীৰ সুন্দৰীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড, পাঁচখনকৈ দোকান ভস্মীভূত

নিয়মীয়  বাৰ্তা, ৯ এপ্ৰিল : চিৰাং জিলাৰ বিজনীৰ সুন্দৰী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত বজাৰত থকা সোণাৰি দোকান, গেলামাল দোকান, চাহৰ দোকান, অনলাইন কাম কৰা দোকান ভস্মীভূত হয়। বজাৰত এটাৰ পিছত এটা কৰি ছয়টা গেছ…

সোণাৰিত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান, ভালেসংখ্যক পাৱাৰলোমৰ গামোচা জব্দ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ চৰাইদেউ জিলা প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে জিলা হস্ততাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত সোণাৰিৰ নগৰত বহিঃৰাজ্যৰ পৰা আমদানি কৰি অনা পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলোৱা হয়। সোণাৰি ৰাজহ চক্ৰ বিষয়া চৈতালী ৰাণী দত্তৰ নেতৃত্বত যোৱা…

নলবাৰীৰ উন্নয়ন খণ্ড কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ বিচাৰি ভিৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু হোৱাৰ লগে শাসক আৰু বিৰোধীৰ লগতে অন্যান্য ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। নিৰ্বাচনত অৱতীৰ্ণ হবলগীয়া প্রাৰ্থীসকলে সংগ্রহ কৰিছে মনোনয়ন পত্র।…

উজনি অসম-মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীৰ সুবিধাৰ্থে NHAIৰ পথ নিৰ্দেশনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ এপ্ৰিলঃ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খানাপাৰাৰ পৰা যোৰাবাট অংশৰ কাষেৰে যান-জঁটৰ পৰিপ্ৰেক্ষিতত, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (এন এইচ এ আই) হাতত অব্যাহত থকা পিকিউচি পেনেল প্লেচমেণ্টৰ কামৰ বাবে, আৰু বাৰিষা আৰম্ভ…

ধুবুৰীত মিত্ৰজোঁট বিজেপি-অগপৰ পঞ্চায়ত নিৰ্বাচনৰ আসন ভাগ-বাটোৱাৰা সম্পূৰ্ণ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল : সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ধুবুৰী জিলাত পঞ্চায়ত নিৰ্বাচনৰ আসন ভাগ-বাটোৱাৰৰ বিষয়টো লৈ সহমতত উপনীত হ'ল শাসকীয় মিত্ৰজোঁট অগপ-বিজেপিয়ে। জানিব পৰা মতে, জিলাখনৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ এটা জিলা পৰিষদৰ আসনক…

বৰপেটাৰ ছাপৰা গাঁৱৰ কিশোৰ নিৰুদ্দেশ, তিনি দিনে সম্ভেদ নাই ১৬ বছৰীয়া ইমদাদ জাহিদৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল : বৰপেটা জিলাৰ ছাপৰা গাঁৱৰ নিবাসী ইমান আলীৰ কিশোৰ পুত্ৰ ইমদাদ জাহিদ নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে যোৱা ৫ এপ্ৰিল তাৰিখ অৰ্থাৎ শনিবাৰে আবেলি ইমদাদ জাহিদে (১৬) চাইকেলেৰে নিজ ঘৰৰ পৰা ওলাই যায়। যদিও অদ্যাপি…