নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

উজবেকিস্তানৰ হোটেলত মেঘালয়ৰ মুখ্য সচিবৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ উজবেকিস্তান ভ্রমণলৈ গৈ ৰহস্যজনক মৃত্যু মেঘালয়ৰ মুখ্য সচিব চৈয়দ মহম্মদ আৰ ৰাজিৰ৷ উজবেকিস্তানৰ বুখাৰা চহৰৰ এখন হোটেলৰ পৰা ৰাজিৰ মৃতদেহ উদ্ধাৰ হৈছে৷ প্রশাসনৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে৷ যোৱা ৪ এপ্রিলত ব্যক্তিগত…

ভাতৃ–পুত্রসহ কৃষক নেতালৈ নির্বিচাৰ গুলী, ট্রেক্টৰক পথ এৰি নিদিয়াৰ বাবে তিনিজনক হত্যা

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ ট্রেক্টৰক ৰাস্তা এৰি দিয়া নাছিল মটৰ চালকে৷ অতি সামান্য সেই ঘটনাত ক্ষুব্ধ হৈ ট্রেক্টৰত থকা চালকসহ অন্য লোকে গুলীয়াই হত্যা কৰিলে তিনিজন বাইক আৰোহীক৷ চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্রদেশৰ ফতেহপুৰ জিলাত৷ গুলীচালনাত…

চুৰিৰ অভিযোগত গুপ্তাংগত মেলি দিলে ৰঙা পিপৰা, গছত বান্ধি পাশৱিক আতিশয্য আদিবাসী যুৱকক

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ গছত বান্ধি পাশৱিকভাৱে প্রহাৰ৷ গুপ্তাংগত মেলি দিয়া হ’ল ৰঙা পিপৰা চোৰৰ সন্দেহত এজন আদিবাসী যুৱকৰ ওপৰত এনেদৰে পাশৱিক আতিশয্য চলোৱাৰ অভিযোগ উঠিছে৷ যিসকলে এই পাশৱিক ঘটনা সংঘটিত কৰিছে, তেওঁলোকক একেই আদিবাসী সম্প্রদায়ৰ বুলি…

সম্পাদকীয় : ঐতিহ্যৰ সংৰক্ষণত চৰকাৰৰ দায়িত্ব

অসম চৰকাৰে ২০২৫–২৬ বর্ষৰ বাজেটত ৰাজ্যখনৰ ঐতিহ্য সম্পদৰ সংৰক্ষণ আৰু এই দিশৰ গৱেষণাৰ বাবে বিশেষ মনযোগী পদক্ষেপ গ্রহণ কৰিছে৷ এহ কামৰ বাবে মঞ্জুৰ কৰা হৈছে ৩৫০ কোটি টকা৷ এহ পৰিকল্পনাৰ অংশ হিচাপে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ ডন্নয়নৰ বাবে এশ কোটি…

মঙলদৈ প্রেছ ক্লাবৰ ‘বাতৰিকাকত পঢ়োঁ আহক’ অনুষ্ঠানত অংশগ্ৰহণ নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাৰ

📌 অসমীয়া বাতৰিকাকতে ভাষা–সাহিত্যৰ উত্তৰণত বিশেষ অৰিহণা আগবঢ়াই আহিছে ষ্টাফ ৰিপ’ৰ্টাৰ, দৰং, ৯ এপ্রিলঃ বাতৰিকাকত এখনৰ দায়িত্ব বা–বাতৰি প্রকাশতেহ সীমাবদ্ধ নহয়৷ অসমীয়া ভাষাৰ বাতৰিকাকতসমূহে অসমীয়া ভাষা–সাহিত্যক প্রতিনিধিত্ব কৰি আহিছে৷ ১৮৪৪ চনত…

বিজ্ঞানৰ চমৎকাৰ, ১২,৫০০ বছৰ পূর্বে বিলুপ্ত প্রাণীৰ পুনৰ জীৱন, জেনেটিক ইঞ্জিনীয়াৰিঙেৰে জন্ম দিলে…

📌 ৰমুলাছ–ৰেমুছ নামৰ দুই ডায়াৰ উল্ফকলৈ বিশ্বজুৰি বিজ্ঞানী মহলত চাঞ্চল্য 📌 টেক্সাছস্থিত কলোছেল বায়’ছায়েঞ্চৰ এই সাফল্য 📌 প্রাচীন ডিএনএ ব্যৱহাৰ কৰি জন্ম দিছে এই দুই প্রাণীক নিউজ ডেস্ক, ৯ এপ্রিলঃ বিজ্ঞান আৰু বিজ্ঞানীৰ চমৎকাৰ৷ ১২,৫০০ বছৰ…

দ্রুত বিকশিত ৰাজ্যৰ তৃতীয় স্থানত অসম, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে দিলে সুখবৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ এপ্ৰিলঃ ভাৰতৰ দ্রুতগতিত বিকশিত ৰাজ্যসমূহৰ ভিতৰত অসমে দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছে৷ অসমৰ স্থিৰ মূল্যত জিএছডিপি বিকাশৰ হাৰ ৭.৯৪ শতাংশলৈ বৃদ্ধি পাইছে৷ মাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা…

গুৱাহাটীত নিশা ১১ বজালৈ খোলা থাকিব সুৰাৰ বিপণী, ৰাজপত্রযোগে আবকাৰী বিভাগৰ ঘোষণা

নিশা ১২.৩০ বজালৈ খোলা থাকিব বাৰ–ৰেষ্টুৰেণ্ট নির্দিষ্ট কিছু ব্রেণ্ডৰ বিয়েৰ–সুৰাৰ দাম হ্রাস, ১ মে’ৰ পৰা হ’ব কার্যকৰী বটলত ৩২০ টকাৰ পৰা ৯ টকালৈ হ্রাস পাব দাম এতিয়াৰে পৰা দেশীয় সুৰা বিপণীয়েও বিলাতী সুৰা বিক্রীৰ বাবে অনুমতি পাব নিয়মীয়া…

চৰকাৰ গৃহীত বিধেয়কৰ অনুমতিত বিলম্ব কৰিব নোৱাৰে ৰাজ্যপালে, ছুপ্রিম ক’ৰ্টৰ যুগান্তকাৰী ৰায়

নিউজ ডেস্ক, ৯ এপ্রিলঃ তামিলনাডু গোচৰত ৰাজ্যপালৰ ক্ষমতাক লৈ যুগান্তকাৰী ৰায় উচ্চতম ন্যায়ালয়ৰ৷ তামিলনাডু চৰকাৰে গৃহীত কৰা ১০খন বিধেয়কৰ অনুমতিত বিলম্ব কৰা ৰাজ্যপাল আৰ এন ৰবিক কঠোৰ বাক্যবাণ প্রয়োগ কৰি উচ্চতম ন্যায়ালয়ে যুগান্তকাৰী ৰায় দিয়ে৷…

আজি ঘোষণা হ’ব পঞ্চায়ত নির্বাচনৰ জিলা পৰিষদৰ প্রার্থীৰ নাম, ৰাজ্যিক বিজেপিৰ গুৰুত্বপূর্ণ বৈঠক

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ এপ্ৰিলঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ দখলৰ পাছতেই এইবাৰ পঞ্চায়ত দখলৰ লক্ষ্যৰে উঠিপৰি লাগিছে ৰাজ্যিক বিজেপি৷ অহা ১১ এপ্রিলত পঞ্চায়ত নির্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনৰ পূর্বেই আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ…