নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জীৱনৰ ভয়ত ২৭ বছৰতে ক্রিকেটকে বিদায় জনালে পুকোভস্কিয়ে, বাৰম্বাৰ মূৰত আঘাত পোৱাৰ বাবে ভুগিছিল কনকাচনত

নিউজ ডেস্ক, ৯ এপ্রিলঃ মাত্র ২৭ বছৰ বয়সতে ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিলে অষ্ট্রেলিয়াৰ প্রতিভাৱান বেটাৰ উইল পুকোভস্কিয়ে৷ কনকাচনৰ বাবেই পুকোভস্কিয়ে ক্রিকেট এৰিবলৈ বাধ্য হয়৷ ২০২০–২১ চনত ভাৰতৰ বিৰুদ্ধে খেলি টেষ্ট ক্রিকেটত অভিষেক ঘটিছিল…

পেচ বলাৰ হিচাপে সর্বাধিক উইকেট দখল, আইপিএলত ইতিহাস ভুবনেশ্বৰ কুমাৰৰ

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ পেচ বলাৰ হিচাপে সর্বাধিক উইকেট দখল কৰি আইপিএলত ইতিহাস ৰচিলে ভুবনেশ্বৰ কুমাৰে৷ চলিত ছিজনৰ আইপিএলত সোমবাৰে মুম্বাই ইণ্ডিয়ানছৰ তিলক বার্মাৰ উইকেটটো দখল কৰি অভিলেখৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ এপ্রিল, চ’ত মাহৰ ২৬ তাৰিখ বুধবাৰ : তিথি : শুক্লা দ্বাদশী, নক্ষত্র : মঘা, যাত্রা : শুভ মেষ : কর্মক্ষেত্রত সাফল্য আহিব৷ দিনটোত নিকট আত্মীয়ৰ দ্বাৰা মানসিক আঘাত পাব পাৰে৷ সামাজিক কামত সন্মান প্রাপ্তিৰ যোগ৷ পুৰণি বন্ধুক লগ পাব পাৰে৷…

কবি-সাহিত্যিক-অভিনেত্ৰী বিলাসীপাৰাৰ গীতালী বৰুৱাৰ পৰলোকগমন

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ কবি-সাহিত্যিক-অভিনেত্ৰী বিলাসীপাৰা গীতালী বৰুৱাৰ শেষ নিশ্বাস ত্যাগ। তেওঁ অসম সাহিত্য সভাৰ ধুবুৰী জিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৬৪ বৰ্ষীয়া কবিগৰাকী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত…

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত ছাত্ৰ দিৱস উপলক্ষে বিশেষ বক্তৃতা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত আজি মহাবিদ্যালয়খনৰ ডিজিটেল প্ৰেক্ষাগৃহত অসম চৰকাৰৰ ছাত্ৰ দিৱস উপলক্ষে এটি বক্তৃতা…

বইটামাৰীত দিন দুপৰতে গৃহস্থৰ দৰ্জা ভাঙি চোৰে চোৰ কৰি নিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী এলেকাৰ শালবাৰী বাখাৰা পাৰা গাঁৱৰ এগৰাকী বিধবা মহিলাৰ ঘৰত আজি পুৱা ১০ মান বজাত ঘৰৰ দৰ্জা ভাঙি কোনো চোৰে নগদ ধনসহ কিছু সোণৰ আ-অলঙকাৰ চোৰ কৰি নিয়ে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে…

আমেৰিকাত বিপদত লাখ লাখ ভাৰতীয় ছাত্ৰ-ছাত্ৰী, ট্ৰাম্পৰ সিদ্ধান্তৰ বাবে হয়তো লাগিব উভতিব

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ ঐচ্ছিক ব্যৱহাৰিক প্ৰশিক্ষণ (OPT) আমেৰিকাৰ অনুপ্ৰৱেশ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ। ই এফ-১ ভিছাত অধ্যয়ন কৰা বিদেশী ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত ১ৰ পৰা ৩ বছৰলৈকে কৰ্ম অভিজ্ঞতা লাভ কৰাত সহায় কৰে। STEM…

RCB জিকিল, পিছে অধিনায়ক ৰজত পাটিদাৰে ভৰিলে ১২ লাখৰ জৰিমনা, কিন্তু কিয়?

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক ১২ ৰানত পৰাস্ত কৰে। ৬৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলা অধিনায়ক ৰজত পাটিদাৰক মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁৰ লগতে বিৰাট কোহলিয়েও ৬৭ ৰানৰ ইনিংছ…

এদিনৰ ভিতৰতে পুনৰ ৰঙাঘৰত ৱাশ্বিংটনৰ যুৱক, কাৰাগাৰৰ পৰা ওলাই প্রেমিকাৰ কুকুৰা চুৰি

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ চুৰিৰ অভিযোগত কাৰাগাৰলৈ গৈছিল যুৱকজন৷ ৰঙাঘৰৰ পৰা বাহিৰ ওলায়ে এঘণ্টা পিছত পুনৰ চুৰি কৰিলে যুৱকজনে৷ প্রাক্তন প্রেমিকাৰ ঘৰলৈ গৈ কুকুৰা চুৰি কৰি পলায়ন কৰে যুৱকজনে৷ কিন্তু শেষৰক্ষা নহ’ল তেওঁৰ৷ পুনৰ আৰক্ষীৰ জালত পৰিল যুৱকজন৷…

পাৰফিউমৰ উৎকট গোন্ধ, বিমানত মহিলাৰ খণ্ডযুদ্ধ, চীনৰ বিমানত অদ্ভুত কাণ্ড, দুঘণ্টা পলমকৈ উৰিল বিমান

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ পাৰফিউমৰ ইমান তীব্র গোন্ধ কিয়? কাষৰ যাত্রীক প্রশ্ন কৰিছিল সহযাত্রীগৰাকীয়ে৷ এই ঘটনাক লৈ বিমানত কাজিয়াৰ সূত্রপাত৷ সেই কাজিয়া শেষত গৈ হতাহতিত পৰিণত হয়৷ দুয়োগৰাকী মহিলা যাত্রীক লৈ তেতিয়া বিমানৰ ভিতৰত হুলস্থূল পৰিস্থিতিৰ…