নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ধুবুৰীত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ আসন ভাগ-বাটোৱাৰাক লৈ বৈঠক, আজি চূড়ান্ত বুজাবুজিৰ অংক

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ধুবুৰীৰ তেতুলতলাস্থ বিজেপিৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। বিজেপি আৰু অসম গণ পৰিষদ (অগপ)ৰ সেই যৌথ সাংগঠনিক সভাখনত আগন্তুক…

বিবাহ বিচ্ছেদৰ দিশে এমচি মেৰী কম, নেপথ্য প্রাক্তন বক্সাৰৰ সৈতে নতুন সম্পর্ক

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে মেৰী কম স্বামী কাৰুং অনলাৰৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হোৱাৰ উপক্রম হৈছে৷ দেশৰ ক্রীড়াপ্রেমীৰ মাজত তেওঁলোকৰ প্রেম কাহিনী যথেষ্ট জনপ্রিয় আছিল৷ ইতিমধ্যে দুয়ো পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিছে৷…

৩০ হাজাৰ কোটি লোকচান আম্বানিৰ, ৪ ধন কুবেৰ গোষ্ঠীয়ে হেৰুৱালে ৮৬ হাজাৰ কোটি

নিউজ ডেস্ক, ৮ এপ্রিলঃ ভাৰতৰ ধনকুবেৰৰ বিত্ত বজাৰত কঁপনি তুলিলে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ‘শুল্ক বাণ’–এ৷ ট্রাম্পৰ শুল্ক বাণত কার্যতঃ খহি পৰিছে দেশৰ শ্বেয়াৰ বজাৰ৷ শ্বেয়াৰ বজাৰৰ এই দুর্দশাক ১৯৮৭ চনৰ ‘ব্লেক মানডে’’ৰ সৈতে তুলনা কৰিছে…

ট্রাম্পৰ শুল্ক বোমা, ভাৰতৰ পৰা ৫খন কার্গো বিমানত আইফোন ভর্তি কৰি ওভতাই নিলে এপলে

নিউজ ডেস্ক, ৮ এপ্রিলঃ ড’নাল্ড ট্রাম্পৰ বর্ধিত শুল্ক আৰোপে বিশ্বৰ বজাৰত ইতিমধ্যে হাহাকাৰ সৃষ্টি কৰিছে৷ আমেৰিকাত আমদানি হোৱা পণ্যত ১০ শতাংশ শুল্ক কার্যকৰী হৈ গৈছে যোৱা ৫ এপ্রিলত৷ কিন্তু এই শুল্ক বলৱৎ হোৱাৰ পূর্বেই মার্চৰ শেষ সপ্তাহতে বিভিন্ন…

‘আছামছেট’ক লৈ ইছৰোৰে হ’ব বুজাবুজিৰ চুক্তি, আজিৰে পৰা নেডাৰলেণ্ড ভ্ৰমণ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ নিৰন্তৰ অসমৰ ভূখণ্ডত চকু ৰখাকৈ মহাকাশত ডৎক্ষেপণ কৰিবলগীয়া কৃত্রিম ডপগ্রহক লৈ অতিশীঘ্রে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ হছৰোৰ সৈতে এখন বুজাবুজি চুক্তি সম্পাদন কৰা হ’ব৷ নতুন দিল্লীস্থ আছাম হাডছত ইছৰোৰ অধ্যক্ষ ভি…

একপক্ষীয় জনাদেশ

ৰাজনৈতিক মহলত বছৰজোৰা উৎকণ্ঠাৰ অৱসান ঘটাই দুই এপ্রিলত ঘোষিত হ’ল অসমৰ পঞ্চায়ত নির্বাচনৰ দিন৷ ৰাজ্যিক নির্বাচন আয়ুক্ত আলোক কুমাৰে ঘোষণা কৰা অনুসৰি দুই মে’ত প্রথম পর্যায়ৰ আৰু সাত মে’ত দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ হ’ব৷ প্রথম পর্যায়ত তিনিচুকীয়া,…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ এপ্রিল, চ’ত মাহৰ ২৫ তাৰিখ মঙলবাৰ : তিথি– শুক্লা একাদশী, নক্ষত্র : অশ্লেষা, যাত্রা : শুভ মেষ : আপোনাৰ মাটিৰ কামৰ সমস্যা সমাধান হ’ব পাৰে৷ ধনস্থান ভাল৷ প্রেমত সাফল্য আশা কৰিব পাৰে৷ দাম্পত্যত মধ্যম৷ উচ্চ শিক্ষাত বাধা দূৰ হ’ব৷ বৃষ :…

নাৰায়ণপুৰত কণমানি ছাত্ৰীৰে অপকৰ্মত লিপ্ত  প্ৰধান শিক্ষক, উচিত শাস্তিৰ দাবী ৰাইজৰ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল : পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত কৰিলে এজন শিক্ষকে। এইবাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্ত্তী ট্ৰামজুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাম শইকীয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।…

মাধমাৰ : ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি, পেট্ৰ’ল-ডিজেলৰ পিছত এলপিজি গেছৰ দামো বৃদ্ধি

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ পেট্ৰ’ল আৰু ডিজেলৰ পিছত এতিয়া এল পি জি গেছৰ মূল্যও ৫০ টকা বৃদ্ধি কৰা হৈছে। মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰি মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে আমি আগন্তুক দিনত পুনৰীক্ষণ কৰিম। আজি নিজেই কেন্দ্ৰীয় চৰকাৰেও ২ টকাকৈ…

আবকাৰী শুল্ক বৃদ্ধি কেন্দ্ৰৰ, পেট্ৰ’ল-ডিজেলৰ মূল্য ২ টকাকৈ বৃদ্ধি, ট্ৰাম্পৰ শুল্ক যুদ্ধৰ পৰিণতি

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ আজি পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্রীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য ২ টকা বৃদ্ধি কৰিছে৷ ১২ বজাৰ পৰা মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব এই নতুন ৰেট৷ মন কৰিবলগীয়া যে আমেৰিকাৰ ৰাষ্ট্ৰপতি…