নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এপিএছচিৰ অধীনত জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৪ এপ্রিল অসম লোকসেৱা আয়োগৰ অধীনত ট্রেন্সফর্মেচন এণ্ড ডেভেল’পমেণ্ট বিভাগত খালী হোৱা ৯টা জুনিয়ৰ ডেভেল’পমেণ্ট অফিচাৰ পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

লক্ষ্য পূৰণত ব্যর্থ, কর্মীক আঁঠুকঢ়াই পাশৱিক আতিশয্য !

🔹 মজিয়া চেলেকিবলৈও বাধ্য কৰালে কর্মীক 🔹 ঘটনাৰ ভিডিঅ’ক লৈ উত্তেজনা নিউজ ডেস্ক, ৭ এপ্রিল : বছৰত যি কামৰ লক্ষ্য লোৱা হৈছিল, সেয়া পূৰণ কৰাৰ ক্ষেত্রত ব্যর্থ হোৱা বাবে কর্মীসকলক অকথ্য নির্যাতন চলোৱা হ’ল কেৰালাত৷ মজিয়াত আঁঠুকাঢ়ি চলিবলৈ দিয়া হ’ল…

গ্ৰাহকৰ সঞ্চিত ধন লৈ পলায়ন কৰা ইউকো বেংকৰ কেচিয়াৰক বিহাৰৰ পৰা কৰায়ত্ত ধুবুৰী আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ধুবুৰী চহৰৰ পৰা কাৰ্যৰত তথা ইউকো বেংকৰ দক্ষিণ শালমাৰা শাখাৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰা বেংকটোৰ কেচিয়াৰগৰাকী অৱশেষত জালত পৰিল আৰক্ষীৰ। জানিব পৰা মতে, ধুবুৰী সদৰ থানাৰ উপ-পৰিদৰ্শক মেহবুব আলীৰ নেতৃত্বত…

শিক্ষা বিভাগত শিক্ষকৰ ৪,৫০০ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৮ এপ্রিল অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকত শিক্ষক নিযুক্তিৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

এছিয়াত সামৰিক শক্তি বৃদ্ধি কৰিছে আমেৰিকাই

🔹 বিধ্বংসী বি–২ বোমাৰু বিমান, এয়াৰক্রাফ্ট কেৰিয়াৰ মোতায়েন ভাৰত মহাসাগৰত নিউজ ডেস্ক, ৭ এপ্রিল : আমেৰিকাই আৰোপ কৰা আমদানি শুল্কক লৈ এতিয়া সমগ্র বিশ্ব অর্থনীতিত সৃষ্টি হৈছে অস্থিৰতা৷ বিভিন্ন মহলে বাণিজ্যিক যুদ্ধৰ এয়া এক সূত্রপাত বুলি আশংকা…

বিদায় সম্বর্ধনা অনুষ্ঠানত ভাষণ দি থকা সময়তে মৃ*ত্যু ছাত্ৰীৰ

🔹 আৰজি সিন্দে কলেজত মর্মান্তিক ঘটনা নিউজ ডেস্ক, ৭ এপ্রিল : হাঁহিমুখে মঞ্চত বক্তৃতা দি আছিল তৰুণীয়ে৷ হঠাতে সংজ্ঞা হেৰুৱাই ঢলি পৰিল মঞ্চত৷ মুহূর্তৰ ভিতৰতে শেষ নিশ্বাস ত্যাগ কৰিলে তৰুণীগৰাকীয়ে৷ কুৰি বছৰীয়া এই তৰুণীৰ এনে মর্মান্তিক মৃ*ত্যুৰ…

লকডাউন ঘোষণা কানাডাৰ অট’ৱাত

🔹 মাজনিশা সংসদত প্রৱেশ যুৱকৰ নিউজ ডেস্ক, ৭ এপ্রিল : কানাডাৰ সংসদ ভৱন সংলগ্ণ অঞ্চলত লকডাউন ঘোষণা কৰা হৈছে৷ সংসদৰ ভিতৰত এজন যুৱকে প্রৱেশ কৰিছিল বুলি অভিযোগ৷ সেই কথা জনাৰ লগে লগে সংসদত অভিযান চলায় আৰক্ষীয়ে৷ অঞ্চলটোৰ বাসিন্দাসকলক সতর্ক কৰি দি…

সম্পাদকীয় : পুনৰ মার্কিন আধিপত্যবাদ

আমেৰিকাত ড’নাল্ড ট্রাম্প দ্বিতীয়টো কার্যকালৰ বাবে ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পিছৰে পৰা বিশ্ব ৰাজনীতিত এক অস্থিৰতা আৰম্ভ হৈছে৷ ৰাষ্ট্রপতি হিচাপে শপত লোৱাৰ পিছতেই যেন বিশ্ব ব্যৱস্থাক সলনি কৰাৰ বাবে উঠি–পৰি লাগিছে ট্রাম্পে৷ শেহতীয়াকৈ ট্রাম্পৰ…

প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রীৰ পছন্দ কেৱল ধর্মীয় সংখ্যালঘু প্রার্থী, ভূপেন বৰাৰ ঘোষণা অসাৰ

📌 জিলা পৰিষদ–আঞ্চলিক পঞ্চায়তত নিজ পছন্দৰ প্রার্থীক দলীয় টিকট দিবলৈ কামৰূপ গ্রাম্যৰ জিলা কংগ্রেছৰ সভাপতিক মীৰা বৰঠাকুৰ গোস্বামীৰ পত্র 📌 মীৰা বৰঠাকুৰে ধনৰ বিনিময়ত প্রার্থিত্বৰ বাবে হেঁচা দিয়াৰ অভিযোগ, ভূপেন বৰালৈ লিখিত অভিযোগ নিয়মীয়া বাৰ্তা…

ডিক’ডিং জীৱন : পুৰণি পাপ নতুন অজুহাত

ড০ পাৰ্থসাৰথি মহন্ত এটা মতানৈক্য হ’ল, আমাৰ সিদ্ধান্তত প্রশ্নবোধক চিন লগাই দিয়া হ’ল, লগে লগে আমি অতীত খুঁচৰিবলৈ আৰম্ভ কৰি দিওঁ৷ নিজৰ নহয়, আমাক বিৰোধিতা কৰাজনৰ৷ তেওঁলোকৰ ভুল–ত্রুটি খান্দি উলিয়াই আমাৰ বর্তমানৰ আচৰণক আমি গ্রহণযোগ্য কৰিবলৈ যত্ন…