নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ব্লু অৰিজিনৰ মহাকাশ মিছনত ৬ মহিলা

🔹 অভিলেখ সৃষ্টিৰ দিশে মার্কিন ধনকুবেৰ জেফ বেজ’ছ নিউজ ডেস্ক, ৪ এপ্রিল : মার্কিন ধনকুবেৰ জেফ বেজ’ছৰ ব্লু অৰিজিন কোম্পানীয়ে মহাকাশ পর্যটনৰ ওপৰত গুৰুত্ব প্রদান কৰি আহিছে৷ ইতিমধ্যে দহবাৰকৈ মহাকাশলৈ মানুহ প্রেৰণ কৰিছে ব্লু অৰিজিনে৷ এইবাৰ এই…

অৰণ্যত বিপদ বাঢ়িছে মানুহৰ ! নিধন কৰিব ৩৫০টা ভালুক

🔹 ইউৰোপীয় দেশৰ চৰকাৰৰ সিদ্ধান্তক লৈ বিশ্বজুৰি প্রতিক্রিয়া নিউজ ডেস্ক, ৪ এপ্রিল : এজন ব্যক্তিক আক্রমণ কৰিছিল ভালুকে৷ অৰণ্য অঞ্চলত খোজকাঢ়ি থকা অৱস্থাত ভালুকৰ আক্রমণত মৃত্যু হৈছিল ব্যক্তিগৰাকীৰ৷ ইয়াৰ পিছতেই দেশখনৰ কেবিনেটে গ্রহণ কৰা এটা…

১৮ ঘণ্টা তুৰস্কৰ বিমানবন্দৰত আবদ্ধ ২০০ ভাৰতীয় যাত্রী

🔹 নাই পানী, নাই খাদ্য ! নিউজ ডেস্ক, ৪ এপ্রিল : লণ্ডনৰ পৰা মুম্বাইলৈ আহি আছিল ভার্জিন আটলাণ্টিকা নামৰ উৰণ সংস্থাটোৰ এখন বিমান৷ এই বিমানখনত আছিল দুই শতাধিক ভাৰতীয় যাত্রী৷ মাজ আকাশত এগৰাকী যাত্রী হঠাতে অসুস্থ হৈ পৰে৷ চিকিৎসাৰ বাবে বিমানখন…

ধুবুৰীত আইপিএলৰ জুৱাৰী আটক

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল : কালি নিশা ধুবুৰী আৰক্ষীৰ অভিযানত আইপিএলৰ জুৱাৰ সৈতে জড়িত থকাৰ অভিযোগত এজন লোক কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী সদৰ থানাৰ আৰক্ষীৰ এটি দলে চহৰখনৰ নিউঘাট অঞ্চলত অভিযান…

জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ৯টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৪ এপ্রিল অসম লোকসেৱা আয়োগৰ অধীনত ট্রেন্সফর্মেচন এণ্ড ডেভেলপমেণ্ট বিভাগত খালী হোৱা ৯টা জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

৫০,০০০ নিদিয়া বাবেই শহুৰেকৰ ঘৰত প্রৱেশত বাধা

🔹 ঘৰৰ সন্মুখতে চাৰি দিন ধৰি বহি থাকিল ন-বোৱাৰী নিউজ ডেস্ক, ৪ এপ্রিল : সদ্য বিবাহিত এজনী তৰুণী বিয়াৰ পিছত স্বামীৰ সৈতে মধুচন্দ্রিকালৈও গৈছে৷ তাৰ পিছত একেলগে ৰঙৰ উৎসৱ হোলী উদযাপন কৰে দুই নৱবিবাহিত স্বামী–স্ত্রীয়ে৷ কিন্তু ইয়াৰ পিছতেই আৰম্ভ…

পশ্চিমবংগৰ ২৫,৭৫২ শিক্ষক–অশিক্ষকৰ চাকৰি বাতিল

🔹 উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : ২০১৬ৰ নিয়োগ প্রক্রিয়াত ব্যাপক অনিয়ম নিউজ ডেস্ক, ৪ এপ্রিল : পশ্চিমবংগৰ মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ চৰকাৰৰ বাবে চৰম হতাশা সৃষ্টি কৰি কালি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰে যে ২০১৬ চনত ৰাজ্যিক স্কুল…

পোহৰলৈ আহিব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সম্পত্তিৰ তথ্য

🔹 সম্পত্তিৰ হিচাপ ৰাজহুৱা কৰিবলৈ সন্মতি 🔹 প্রাক্তন ন্যায়াধীশৰ বাসগৃহত বৃহৎ অংকৰ ধন উদ্ধাৰৰ পিছতে বিতর্ক নিউজ ডেস্ক, ৪ এপ্রিল : পোহৰলৈ আহিব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ সম্পত্তিৰ হিচাপ৷ ন্যায়িক ব্যৱস্থাৰ প্রতি সাধাৰণ জনতাৰ আস্থা অক্ষত…

ইঞ্জিনীয়ার্ছ ইণ্ডিয়া লিমিটেডত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৭ এপ্রিল ইঞ্জিনীয়ার্ছ ইণ্ডিয়া লিমিটেডত খালী হোৱা পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

জেৰাৰ সন্মুখীন হ’ব পাৰে গৌৰৱ গগৈ–এলিজাবেথ কলবার্ন

🔹 সাংসদ পত্নীৰ পাকিস্তান লিংক : পুনৰ দিল্লীলৈ যাব এছআইটি বিশেষ বাৰ্তা, ৪ এপ্রিল : চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ সৈতে সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্নৰ সম্পর্কক লৈ অসম আৰক্ষীৰ বিশেষ অনুসন্ধান গোট, চমুকৈ এছআইটিয়ে তদন্ত অব্যাহত ৰাখিছে৷…