নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জেৰাৰ সন্মুখীন হ’ব পাৰে গৌৰৱ গগৈ–এলিজাবেথ কলবার্ন

🔹 সাংসদ পত্নীৰ পাকিস্তান লিংক : পুনৰ দিল্লীলৈ যাব এছআইটি বিশেষ বাৰ্তা, ৪ এপ্রিল : চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ সৈতে সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্নৰ সম্পর্কক লৈ অসম আৰক্ষীৰ বিশেষ অনুসন্ধান গোট, চমুকৈ এছআইটিয়ে তদন্ত অব্যাহত ৰাখিছে৷…

হিন্দুস্তান পেট্র’লিয়াম কর্প’ৰেচনত ৬৩ জুনিয়ৰ এগজিকিউটিভৰ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ এপ্রিল হিন্দুস্তান পেট্র’লিয়াম কর্প’ৰেচন লিমিটেড (এইচপিচিএল)ত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ভাৰতৰ কান্ধত ২৬ শতাংশ শুল্কৰ বোজা ট্রাম্পৰ

🔹বিশ্বজুৰি বাণিজ্যিক যুদ্ধ সূত্রপাতৰ আশংকা নিউজ ডেস্ক, ৪ এপ্রিল : আমেৰিকা যুক্তৰাষ্ট্রৰ ‘মুক্তি দিৱস’ত আমদানি শুল্ক ঘোষণা ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ৷ ৰাষ্ট্রপতি ট্রাম্পৰ শুল্ক নীতিক লৈ অসন্তুষ্ট বিশ্ব৷ ট্রাম্পৰ এই ঘোষণাত বিশ্বজুৰি…

পৰাজয়ৰ হেটট্রিক ছানৰাইজার্ছ হায়দৰাবাদৰ

🔹 ৰঘুবংশী–ভেংকটেশৰ অর্ধশতকেৰে জয় কলকাতা নাইট ৰাইডার্ছৰ নিউজ ডেস্ক, ৪ এপ্রিল : ছানৰাইজার্ছ হায়দৰাবাদে চলিত আইপিএলৰ প্রথমখন মেচত দুর্দান্ত বিজয় সাব্যস্ত কৰিছিল যদিও পৰৱর্তী মেচত জয়ৰ ধাৰা অব্যাহত ৰখাত সম্পূর্ণৰূপে ব্যর্থ হয়৷ প্রতিযোগিতাখনত…

জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা বৃদ্ধি

জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা প্রতি ক্ষণে ক্ষণে বৃদ্ধি হৈ আছে৷ পূর্বে ধাৰণা কৰাতকৈ ই অধিক ভয়াৱহ ৰূপ লৈ আছে৷ মানৱসৃষ্ট কাৰকৰ বাবে বৃদ্ধি পাই থকা গোলকীয় উষ্ণতাই জলবায়ু পৰিৱর্তনৰ নেতিবাচকতা বৃদ্ধি কৰিছে৷ মানৱ জাতিক ইতিপূর্বে পৰিৱেশ বিজ্ঞানী, গৱেষকে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ এপ্রিল, চ’ত মাহৰ ২১ তাৰিখ শুকুৰবাৰ : তিথি– শুক্লা সপ্তমী, নক্ষত্র : মৃগশিৰা, যাত্রা : নাই মেষ : কর্মতৎপৰতা বৃদ্ধি৷ পূব দিশত ভ্রমণ নকৰিব৷ ব্যয় বৃদ্ধি। বিদ্যাত শুভ৷ শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪৷ বৃষ : শনি মন্দিৰ দর্শন কৰক৷…

লক্ষীপুৰত নাবালিকাক ধ*ৰ্ষণ, ধ*ৰ্ষণকাৰী নবিৰক জেললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিল : গোৱালপাৰা জিলাৰ লক্ষীপুৰত সংঘঠিত এক জঘন্য ধৰ্ষণ কান্ডই লক্ষীপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা পহিলা এপ্ৰিলৰ সন্ধিয়া বন্ধু এগৰাকীৰ সৈতে কুৰ্শ্বাপাকৰীৰ পৰা লক্ষীপুৰত হৈ থকা মেলা চাবলৈ আহিছিল ১৪…

সুকন্যা : গ্রাম্য অর্থনীতিৰ ভেটি নির্মাণৰ সংগ্রামী কমল কুমাৰী

উৎপল কুমাৰ কলিতা আমাৰ মাটিতে সোণ আছে৷ পথাৰবোৰ আমাৰ সোণৰ খনি৷ কেৱল আমি পথাৰৰ পৰা সোণ আহৰণ কৰিব পাৰিব লাগিব, জানিব লাগিব, চেষ্টা কৰিব লাগিব৷ আমাৰ পথাৰবোৰৰ পৰাই আমি আমাৰ অর্থনীতি সলনি কৰিব পাৰোঁ৷ –এই মন্তব্য কমল কুমাৰী বড়োৰ৷ এটা অঞ্চলৰ ছয়…

অংগদান কৰা কেন্দ্রীয় কর্মীক ৪২ দিনৰ বিশেষ ছুটী প্রদান

🔹 অংগদাতাক উৎসাহিত কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰৰ বিশেষ পদক্ষেপ নিউজ ডেস্ক, ৩ এপ্রিল : অংগদান মহান কাম৷ অংগদাতাক উৎসাহিত কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ অংগদান কৰা কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীক ৪২ দিনৰ বিশেষ কেজুৱেল…

সুকন্যা : উপাসনা দাসৰ সফলতাৰ যাত্রা

বৰ্ণালী এছ. ডেকা কথাৰে নহয় বন্ধু কামত পৰিচয়, জীৱন যুঁজত আছে সদায় জয়-পৰাজয়।" সঁচাকৈ জীৱনত এই কথাষাৰ সাৰোগত কৰি আগবাঢ়ি যোৱা এজনী ছোৱালী। সদায় কিবা এটা বেলেগ কৰাৰ পিছত মানসিকতা পুহি ৰখা এজনী ছোৱালী। নাম উপাসনা দাস। তেজপুৰ…