অংগদান কৰা কেন্দ্রীয় কর্মীক ৪২ দিনৰ বিশেষ ছুটী প্রদান
🔹 অংগদাতাক উৎসাহিত কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰৰ বিশেষ পদক্ষেপ
নিউজ ডেস্ক, ৩ এপ্রিল : অংগদান মহান কাম৷ অংগদাতাক উৎসাহিত কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ অংগদান কৰা কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীক ৪২ দিনৰ বিশেষ কেজুৱেল…