গুৱাহাটীত ২২–২৬ নৱেম্বৰত টেষ্ট মেচ
🔹 ২০২৫ বর্ষৰ ঘৰুৱা ছিজনৰ সূচী ঘোষণা বিচিচিআইৰ
নিউজ ডেস্ক, ৩ এপ্রিল : প্রথমবাৰৰ বাবে টেষ্ট মেচ আয়োজন কৰাৰ বাবে সাজু হৈছে গুৱাহাটীৰ বর্ষাপাৰা এচিএ ক্রিকেট ষ্টেডিয়াম৷ চলিত বছৰৰ নৱেম্বৰত বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু…