জোনাইত খাদ্য বিষক্ৰিয়া, বনৰীয়া কাঠফুলা খাই ৮ বছৰীয়া শিশুসহ ১২ লোক অসুস্থ
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিল : জোনাইৰ অসম অৰুণাচল সীমান্ত জামপানী গাঁৱত বনৰীয়া কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ এগৰাকী ৮ বছৰীয়া শিশুসহ ১২গৰাকীকৈ লোক। পৰিয়াল লোকে জানিবলৈ দিয়া মতে ঘৰৰ কাষতে থকা বনৰীয়া কাঠফুলা বুটলি আনি ভক্ষণ কৰিছিল গাঁৱৰ…