নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিটিএডিত গঠন নতুন ৰাজনৈতিক APB, ড০ অঞ্জলি দৈমাৰী সভাপতি নিৰ্বাচিত

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ৰাজ্যত গঠন হল আৰু এটা ৰাজনৈতিক দল। বাক্সাৰ বৰবৰী (ধনবিল) এন ডি এফ বি ডেজিগনেটেড শিবিৰত নতুন ৰাজনৈতিক দলটো গঠন কৰা হয়। প্ৰাক্তন এন ডিএফ বি নেতা-কেডাৰক লৈ গঠন হয় নতুন ৰাজনৈতিক দলটো। আজিৰ দিনটোতে এ পি বি (অলটাৰনেটিভ…

ধুবুৰীৰ ভাঙাৰপাৰত তীব্ৰবেগী বাইকৰ খুন্দাত চাইকেল আৰোহীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ বুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ভাঙাৰপাৰ অঞ্চলত এক শোকাৱহ দুৰ্ঘটনাত এগৰাকী বৃদ্ধি মৃত্যু হৈছে। জানিব পৰা মতে, এখন তীব্ৰ বেগী এএছ১৭/আৰ ৪৪৫০ নম্বৰৰ আপাচে বাইকে চাইকেল এখনক খুন্দা মৰাৰ ফলত মৃত্যু হয় ফাজিনুৰ ৰহমান (৫৮) নামৰ…

চিনামৰাত অত্যাধুনিক সন্মিলন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

📌সমাজৰ পাৰদৰ্শী লোকসকলক উলিয়াই আনিবলৈকে পঞ্চায়ত নিৰ্বাচনত সংশোধন ঘটোৱা হৈছে - মুখ্যমন্ত্ৰী নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়ণমূলক জনমুখী প্ৰকল্পৰ অন্তৰ্গত ঐতিহাসিক চিনামৰা বাগিছাৰ এক নান্দনিক প্ৰাকৃতিক পৰিবেশৰ মাজত…

ছিপাঝাৰৰ ভাৱনা শৰ্মাক সোণৰ পদক প্ৰদান ৰাজ্যপালৰ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিল : স্নাতকোত্তৰ পৰীক্ষাৰ ভূগোল বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি কৃতিত্ব অৰ্জন কৰা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰী তথা ছিপাঝাৰৰ মেধাবী কন্যা ভাৱনা কাশ্যপক অসমৰ সন্মানীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ…

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত আয়োজিত বিহু কৰ্মশালাৰ সফল সমাপন

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ধুবুৰী নগৰ শাখা, ৰাষ্ট্ৰীয় কলা মঞ্চৰ উদ্যোগত আৰু ভোলানাথ মহাবিদ্যালয় (IQAC)'ৰ সহযোগত আয়োজিত হোৱা বিহু নৃত্য আৰু বিহু বাদ্যৰ কৰ্মশালাখনৰ সমাপণ ঘটে। সেই উপলক্ষে ধুবুৰী চহৰৰ…

সম্পাদকীয় : দৈনন্দিন জীৱনত AI

এটা সময়ত কৃত্রিম বুদ্ধিমত্তা আছিল কল্পবিজ্ঞান আৰু ফেণ্টাচী সাহিত্যৰ অন্যতম উপাদান৷ কিন্তু এতিয়া কৃত্রিম বুদ্ধিমত্তাই কল্প–সাহিত্যৰ সীমা অতিক্রম কৰি আমাৰ দৈনন্দিন জীৱনত প্রৱেশ কৰিছে আৰু এক ব্যাপক শক্তিলৈ পৰিণত হৈছে৷ ছ’চিয়েল মিডিয়াৰ পোষ্টবোৰ…

ভাৰতত সন্তানক ডাঙৰ–দীঘল কৰিবলৈ আগ্রহ প্রকাশ মার্কিন মহিলাৰ

নিউজ ডেস্ক, ২ এপ্ৰিলঃ প্রাচ্যৰ সৈতে পাশ্চাত্যৰ বিভিন্ন ক্ষেত্রত অমিল আছে৷ কিন্তু বহু বিষয়ত প্রাচ্য আৰু পাশ্চাত্যৰ মানুহৰ দৃষ্টিভংগীৰ মিল দেখিবলৈ পোৱা যায়৷ বস্তুবাদী পৃথিৱীত চমৎকাৰী সফলতা লাভ কৰিছে পাশ্চাত্যই৷ আনফালে, আধ্যাত্মিক চেতনাৰে…

২০২৭ৰ বিশ্বকাপ জয় কৰাটোৱে পৰৱর্তী লক্ষ্য, এদিনীয়াৰ পৰা অৱসৰ সন্দর্ভত মুখ খুলিলে কোহলিয়ে

নিউজ ডেস্ক, ২ এপ্ৰিলঃ ‘২০২৭ চনৰ এদিনীয়া বিশ্বকাপ জয় কৰাটোৱে পৰৱর্তী লক্ষ্য৷’ – এই মন্তব্য টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ৷ এদিনীয়া ক্রিকেটৰ পৰা ক্রিকেটাৰগৰাকীৰ অৱসৰক লৈ চলি থকা জল্পনা–কল্পনাৰ অন্ত পেলাই কোহলিয়ে কয় যে ২০২৭ চনৰ এদিনীয়া…

গঁড় হত্যাৰ বাবে ৰকিবুল হুছেইন যিমান দায়ী সিমানেই দায়ী প্রদ্যুৎ বৰদলৈ, সৰৱ পীয়ূষ হাজৰিকা

📌 প্রসন্ন তুৰুঙৰ হত্যাৰ অভিযোগত অভিযুক্ত প্রদ্যুৎ বৰদলৈ 📌 তেওঁ ব্যর্থ মন্ত্রী, ব্যর্থ বিধায়ক, ব্যর্থ সাংসদ 📌আগন্তুক লোকসভা নির্বাচনত ৯০ হাজাৰ ভোটত পৰাস্ত কৰাৰ হুংকাৰ পীয়ূষ হাজৰিকাৰ নিয়মীয়া বাৰ্তা ডিজিটেল, ২ এপ্ৰিলঃ আগন্তুক লোকসভা…