নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গুজৰাটৰ ফটকা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, ১০জন শ্ৰমিকৰ থিতাতে মৃত্যু

নিউজ ডেস্ক, ১ এপ্ৰিলঃ গুজৰাটৰ বানাস্কান্ত জিলাৰ দীছা চহৰত আজি ফটকা কাৰখানাত অগ্নিকাণ্ড সংঘটিত হৈ ১০জন লোকৰ মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ মতে, দীছা গ্ৰাম্য থানাৰ সমীপত অৱস্থিত কাৰখানাটোৰ কিছু অংশ ভাঙি যোৱাৰ পিছত ধাৰাবাহিকভাৱে বিস্ফোৰণৰ…

সম্পাদকীয় : শান্তি স্থাপনৰ বাটত এখোজ

শান্তি স্থাপনৰ বাটত অগ্রসৰ অসমৰ দুটা আশাৰ বার্তা প্রকাশ পাইছে যোৱা সপ্তাহটোত৷ প্রথম শুভবার্তাটো হ’ল– সুদীর্ঘ তিনি দশকৰো অধিক কাল বলৱৎ হৈ থকা সশস্ত্র বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ আফস্পা প্রত্যাহাৰ কৰা হৈছে ডিব্রুগড় জিলাৰ পৰা৷ দ্বিতীয়তে,…

ধোনীৰ বৰ্তমান ১০ অভাৰ বেটিং কৰাৰ ক্ষমতা নাই, আমাক তেওঁৰ প্রয়োজন

ধোনীৰ বেটিংক্রম সন্দর্ভত প্রশিক্ষক ফ্লেমিঙৰ মন্তব্য নিউজ ডেস্ক, ১ এপ্ৰিলঃ যোৱাবাৰৰ পৰা বেটিং ক্রম সলমি হৈছে মহেন্দ্র সিং ধোনীৰ৷ বেছিভাগ মেচতে তেওঁক সাত–আঠ নম্বৰত দেখা গৈছে৷ এইবাৰ তেওঁ আনকি ৯ নম্বৰত বেটিং কৰিবলৈ নামিছে৷ চেন্নাই ছুপাৰ কিংছে…

হঠাৎ দল এৰি বেংগালুৰুলৈ সঞ্জু ছেমছন

নিউজ ডেস্ক, ১ এপ্ৰিলঃ অকস্মাতে দল ত্যাগ কৰি বেংগালুৰুলৈ উৰা মাৰিলে ৰাজস্থান ৰয়েলছৰ স্থায়ী অধিনায়ক সঞ্জু ছেমছনে৷ দেওবাৰে গুৱাহাটীত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি চলিত আইপিএলত প্রথমটো জয়ৰ সোৱাদ লাভ কৰে ৰাজস্থানে৷ খেলখনৰ পিছদিনা সঞ্জু ছেমছনে…

কলকাতাৰে জিকি জয়ৰ ধাৰালৈ মুম্বাই ইণ্ডিয়ানছ, অভিষেক মেচতে ৪টা উইকেট অশ্বিনীৰ, ব্যৰ্থ ৰোহিত

নিউজ ডেস্ক, ১ এপ্ৰিলঃ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আইপিএলত প্রথমটো জয়ৰ সোৱাদ লাভ কৰিছে৷ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত মুম্বাই ইণ্ডিয়ানছে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছক সহজে ৮ উইকেটত পৰাস্ত কৰে৷ ল’ স্ক’ৰিং মেচখনত…

পাকিস্তানত যোৱা মানেই ৰাষ্ট্রবিৰোধী, পাকিস্তান গ’লেহে তেওঁলোকৰ পাছপ’ৰ্টত ষ্টাম্প থাকিব

গৌৰৱ গগৈ–এলিজাবেথ কলবার্নৰ পাকিস্তান ভ্রমণক লৈও মুখ্যমন্ত্রীৰ তাৎপর্যপূর্ণ মন্তব্য নিয়মীয়া বাৰ্তা ডিজিটেল, ১ এপ্ৰিলঃ যোৰহাটৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবার্নৰ পাকিস্তান আৰু আইএছআইৰ সৈতে থকা সম্পর্কক লৈ ইতিমধ্যে অসম…

ম্যানমাৰত ভূমিকম্পত নিহতৰ সংখ্যা ২,০০০ অতিক্রম, ধ্বংসস্তূপৰ পৰা গুৰুত্বপূর্ণ নথি লৈ পলায়ন কৰিব বিচৰা…

নিউজ ডেস্ক, ১ এপ্ৰিলঃ শক্তিশালী ভূমিকম্পত বিধ্বস্ত ম্যানমাৰত প্রতি ক্ষণে ক্ষণে ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হৈ আছে মৃতদেহ৷ মৰাশৰ দুর্গন্ধত বিতত হৈ পৰিছে উদ্ধাৰকাৰী দল৷ জটিলতাৰ মাজেৰে ধ্বংসস্তূপত উদ্ধাৰ অভিযান চলাই মৃতদেহ উদ্ধাৰ কৰি আছে৷ দেশখনৰ…

মন্ত্ৰী পীয়ূষ হাজৰিকাক পঞ্চায়ত নির্বাচন পৰিচালনা কমিটীৰ আহ্বায়কৰ দায়িত্ব

পঞ্চায়ত নির্বাচনক লৈ কুচকাৱাজ আৰম্ভ বিজেপিৰ ৩১খন জিলাৰ নির্বাচনী দায়িত্ব ১৪ মন্ত্রীক অর্পণ নিয়মীয়া বাৰ্তা ডিজিটেল, ১ এপ্ৰিলঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ পাছতে অনুষ্ঠিত হ’বলগা পঞ্চায়ত নির্বাচনক লৈ কুচকাৱাজ আৰম্ভ কৰিলে…

গুণোৎসৱ : ষষ্ঠ অনুসূচীৰ অন্তর্গত বিদ্যালয়ৰ ফলাফল বেয়া, শিক্ষা বিভাগে বিশ্লেষণ কৰিব কাৰণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ এপ্ৰিলঃ ষষ্ঠ অনুসূচীৰ অন্তর্গত বিদ্যালয়সমূহৰ গুণোৎসৱৰ ফলাফল যথেষ্ট বেয়া৷ বিদ্যালয়সমূহৰ এনে নিম্নগামী ফলাফল কিয় হ’ল তাক অচিৰেই বিশ্লেষণ কৰিব শিক্ষা বিভাগে৷ এই কথা স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ বডোফা…

চৰকাৰী বিদ্যালয়তহে হ’ব ৫ মে’ৰ নীট পৰীক্ষা, মেডিকেল প্রৱেশ পৰীক্ষাক লৈ গুৰুত্বপূর্ণ সিদ্ধান্ত চৰকাৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ এপ্ৰিলঃ মেডিকেল প্রৱেশ পৰীক্ষাক লৈ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ এইবছৰৰ পৰা চৰকাৰী বিদ্যালয়তহে অনুষ্ঠিত হ’ব নীট পৰীক্ষা৷  ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷…