অসম দৰ্শনৰ যোগেদি নগৰবেৰাত ২২টাকৈ মন্দিৰ নামঘৰলৈ ডেৰ লাখকৈ বেংক চেক বিতৰণ
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ চৰকাৰৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে আজি নগৰবেৰা ৰাজহ চক্ৰৰ অধীনস্থ গাঁওসমূহৰ মন্দিৰ, নামঘৰ, সত্ৰ আদিক সামৰি মুঠ ২২টাকৈ ধৰ্মীয় প্ৰতিষ্ঠানৰ প্ৰতিখনলৈ ডেৰ লাখ টকাৰ বেংক চেক বিতৰণ কৰা হয়। নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৎপল…