মৈৰাবাৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰিজনকৈ জুৱাৰী
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ মৈৰাবাৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰিজনকৈ জুৱাৰী। জুৱাৰী কেইজন ক্ৰমে বৰচাপৰি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি শ্বৰিফ উদ্দিন, বৰথল কছাৰীগাৱৰ আলফাজ উদ্দিন ওৰফে বাবলু, হাতীমূৰীয়া গাঁৱৰ মুজিবুৰ ৰহমান আৰু হাহচৰা গাৱৰ…