নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিধ্বংসী ভূঁইকঁপত বিধ্বস্ত ম্যানমাৰ–থাইলেণ্ড

🔹 ১০০০তকৈ অধিক লোকৰ প্রাণহানি : সন্ধানহীন সহস্ৰাধিক নিউজ ডেস্ক, ২৯ মার্চ : শক্তিশালী ভূমিকম্পই কঁপাই তুলিছে দক্ষিণ–পূব এছিয়া অঞ্চল৷ কালি পুৱা ৭.৭ প্রাবল্যৰ পাছত পুনৰ ৬.৪ প্রাবল্যৰ ভূমিকম্পত বিধ্বস্ত ম্যানমাৰ আৰু থাইলেণ্ডৰ বিভিন্ন অঞ্চল৷…

ছত্তিশগড়ত নিৰাপত্তা বাহিনী-নক্সালবাদীৰ মাজত সংঘৰ্ষ, ১৬ নক্সালবাদী নিহত, ২ জোৱান আহত

নিউজ ডেস্ক, ২৯ মাৰ্চঃ ছত্তিশগড়ৰ চুকমা-দান্তেৱাড়া সীমান্তৰ উপমপল্লী কেৰালাপাল অঞ্চলৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত ১৬জন নক্সালবাদী নিহত হোৱাৰ খবৰ আহিছে। নিৰাপত্তা বাহিনীয়ে চুকমাৰ বনাঞ্চলৰ পৰা উদ্ধাৰ কৰিছে নক্সালবাদীৰ মৃতদেহ। এই…

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে “ড্ৰাই ডে” ঘোষণা 

বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ অসম চৰকাৰৰ আবকাৰী বিভাগৰ আয়ুক্ত আৰু সচিবৰ বাৰ্তা নম্বৰ  ই, চি, এফ নং . ২৭১৯৩১/৬৭৮ অনুসৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ভোট গণনাৰ সময়চোৱাত সুৰাৰ বিপণী বন্ধ ৰখাৰ বাবে গোৱালপাৰাৰ জিলা দণ্ডাধীশ…

জয়ৰ ধাৰা অব্যাহত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ

🔹 ৫০ ৰানত পৰাস্ত চেন্নাই ছুপাৰ কিংছ নিউজ ডেস্ক, ২৯ মার্চ : চলিত আইপিএলত জয়ৰ ধাৰা অব্যাহত আছে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ৷ প্রতিযোগিতাখনৰ চেন্নাইত অনুষ্ঠিত মেচখনত আৰচিবিয়ে ঘৰুৱা দল চেন্নাই ছুপাৰ কিংছক ৫০ ৰানত পৰাস্ত কৰে৷ মন কৰিবলগীয়া যে…

জাপানত অসমৰ নাম মুখে মুখে, জাপানী উপাসক য়ুচুকেৰ মুখত অসমৰ চাহৰ প্ৰশংসা

বাৰ্তা ব্যুৰ', তেজপুৰ, ২৯ মাৰ্চঃ অসমৰ নাম জাপানৰ বহু লোকেই জানে৷ একেদৰে তেওঁলোকে জানে অৰুণাচল প্ৰদেশ আৰু দাৰ্জিলিঙৰ বিষয়েও৷ এই কথা প্ৰকাশ কৰিলে যোৱা ১৯ মাৰ্চত ভাৰতলৈ অহা এজন জাপানী অভিযন্তা য়ুচুকেই৷ উল্লেখযোগ্য যে, যোৱা ২৬ মাৰ্চত গুৱাহাটীত…

ৰিক্সা চলাই ধন উপাৰ্জন, পোহপাল দিছে বিকলাংগ পত্নীক, চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ধুবুৰীৰ এটি পৰিয়ালৰ…

ধুবুৰীৰ পৰা অমিতাভ চক্ৰৱৰ্তীৰ প্ৰতিবেদন, ২৯ মাৰ্চঃ বয়সে ভাটি দিলেও হাৰ মানা নাই তেওঁ। পেছাত তেখেত এগৰাকী ৰিক্সাচালক। প্ৰতিদিনে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ছাগলচৰাৰৰ ভাৰাঘৰৰ পৰা নিজৰ ৰিক্সাখন লৈ ওলাই আহে সত্তোৰৰ্ধৰ শেখ আহমেদ আলী নামৰ এই…

বর্ষাপাৰাত ইতিহাস

অসম ক্রিকেট সন্থাৰ বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ক্রিকেটৰ আটাইতকৈ চহকী সংস্কৰণ টেষ্ট ক্রিকেট৷ ইয়াৰ লগে লগে অসমৰ ক্রিকেট জগতত এক ইতিহাসৰ সৃষ্টি হ’ব৷ কাৰণ ইয়াৰ পূর্বে অসম তথা উত্তৰ–পূর্বাঞ্চলত টেষ্ট মেচ অনুষ্ঠিত হোৱা নাই৷ ২০১৭ চনৰ ১০…

নেলীৰ বেলতলাত বন্যহস্তীৰ কৰুণ মৃত্যু, ব্যথিত প্ৰকৃতিপ্ৰেমী, বিদ্যুত বিভাগৰ গাফিলতি

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : ধৰমতুল পশ্চিমাঞ্চলিক বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীৰ উচ্চ ক্ষমতা সম্পন্ন  বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হোৱা ঘটনাই প্ৰকৃতিপ্ৰমীসকলক ব্যৰ্থিত কৰিছেl নেলীৰ বেলতলাত বিপদ সংকুলভাৱে পথাৰৰ মাজত উলমি থকাৰ ফলত সংঘটিত…

নলবাৰীত নৱম শ্ৰেণীৰ ছাত্ৰ বিবেক বৰ্মনৰ গ্ৰন্থ ‘কুইজহʼলিক ৫০১’ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : নলবাৰী জিলাৰ ঢেকীয়াবাৰী শিৱ মন্দিৰ প্ৰাংগনত এক অনুষ্ঠানত বিভিন্ন বিষয়ক সামৰি নৱম শ্ৰেণীৰ ছাত্ৰ বিবেক বৰ্মনৰ সংকলিত "কুইজহ'লিক ৫০১" উন্মোচন কৰে নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত…

অৰণ্য মানৱ যাদৱ পায়েঙক যোৰহাট জিলা সাহিত্য সভাৰ সৰ্ব্বোচ সন্মান যোৰহাট ৰত্ন বঁটা প্ৰদান

বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ যোৰহাট জিলা সাহিত্য সভা ই প্ৰদান কৰি অহা জিলা খনৰ সৰ্ব্বোচ সন্মান "যোৰহাট ৰত্ন ২০২৪ বঁটা পদ্মশ্ৰী যাদৱ পায়েঙক তেওঁৰ বাসগৃহত প্ৰদান কৰা হয়।কেৱল অসম বা  ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বতে  প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰি…