নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১০ আৰু ৩০ এপ্রিল গোলাঘাটত থকা বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত খালী হোৱা বিভিন্ন পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

নলবাৰীত ফাৰ্মাচিষ্ট অবিহনে চলি আছে বহু ফাৰ্মাচী

🔹 বিভাগক ফাঁকি দি চলাইছে ঔষধৰ ৰমৰমীয়া ব্যৱসায় বিশেষ বাৰ্তা, ২৭ মাৰ্চ : চৰকাৰে  ৰাজ্যৰ স্বাস্থ্যসেৱা অধিক উন্নত আৰু গতিশীল কৰাৰ লক্ষ্যৰে কোটি কোটি টকা ব্যয়সাপেক্ষে বিভিন্ন অভিলাষী আঁচনি প্ৰৱৰ্তন কৰাৰ সময়তে নলবাৰীৰ স্বাস্থ্যখণ্ডত চলি…

IPLত ৰিয়ান পৰাগে গঢ়িলে অনাকাংক্ষিত অভিলেখ, ছিজনত দুৰ্বল আৰম্ভণি ৰাজস্থান ৰয়েলছৰ

নিউজ ডেস্ক, ২৭ মাৰ্চঃ ৰাজস্থান ৰয়েলছৰ বাবে ছিজনৰ আৰম্ভণি ভাল নাছিল। দলটোৱে প্ৰথমখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ পিছত কলকাতা নাইট ৰাইডাৰ্ছে তেওঁলোকক পৰাস্ত কৰে। একে সময়তে এই পৰাজয়ৰ পিছত…

ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, মোদীৰ ভাষ্য- এয়া যুদ্ধৰ যুগ নহয়

নিউজ ডেস্ক, ২৭ মাৰ্চঃ শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছত এইটোৱেই হ’ব তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ৰাছিয়া ভ্ৰমণৰ সময়ত পুটিনক ভাৰত ভ্ৰমণৰ বাবে…

কৃষি বিভাগত ১৯৫টা কৃষি উন্নয়ন বিষয়াৰ পদৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১৭ এপ্রিল অসম লোকসেৱা আয়োগৰ অধীনত কৃষি বিভাগত খালী হোৱা ১৯৫টা কৃষি উন্নয়ন বিষয়াৰ খালী পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

বিমানবন্দৰৰ শৌচালয়ৰ পৰা উদ্ধাৰ মৃত নৱজাতক

নিউজ ডেস্ক, ২৭ মার্চ : বিমানবন্দৰৰ শৌচালয়ত ডাষ্টবিনৰ পৰা উদ্ধাৰ নৱজাতকৰ মৃতদেহ৷ মুম্বাই বিমানবন্দৰত পৰহি নিশা ১১ বজাত এই নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ বিমানবন্দৰৰ কর্মীয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে৷ ছত্রপতি শিৱাজী…

নগাঁৱত কংগ্ৰেছৰ দুই সাংসদৰ শীতল যুঁজ, ৰহাত ভূপেন বৰাৰ সভাত নিমন্ত্ৰণ নাপালে গৌৰৱ-ৰকিবুলসহ চাৰি…

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ : এফালে বিজেপি শাসনাধিষ্ঠিত চৰকাৰক আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত পৰাভূত কৰি অসমত পুনৰ কংগ্ৰেছী চৰকাৰ গঠনৰ বাবে কংগ্ৰেছী নেতাই সভাই সমিতিয়ে টেটু ফালি ভাষণ দি দলীয় কৰ্মীক আহ্বান জনোৱাৰ বিপৰীতে আনফালেদি দলীয়…

নলবাৰীত চলিছে বিডিঅ’-সচিবৰাজ, ‘আনটাইড ফাণ্ড’ আঁচনিত লাখ লাখ টকাৰ শৰাধ

বিশেষ বাৰ্তা, ২৭ মাৰ্চঃ ৰাজ্যৰ গাঁও পঞ্চায়তসমূহৰ কাৰ্যকাল অন্ত পৰাৰ পিছত ইয়াৰ পূৰ্ন সুযোগ গ্ৰহন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে আঁচনিৰ নামত লুটপাত চলাই অহাৰ অভিযোগে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নলবাৰী জিলাত।…

১৬২৮ দিন : KKRৰ মূল একাদশত স্থান লাভৰ পৰা বাহিৰ সুনীল নাৰিন, আঘাতৰ বাবেই নহয়, তেন্তে কিহৰ বাবে

নিউজ ডেস্ক, ২৭ মাৰ্চঃ বুধবাৰে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি কলকাতা নাইট ৰাইডাৰ্ছে আইপিএলৰ চলিত ছিজনত প্ৰথমটো জয় পঞ্জীয়ন কৰে। অ’পেনাৰ কুইণ্টন ডি ককে ৯৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। কিন্তু দীৰ্ঘদিনৰ পিছত একাদশত স্থান লাভ পৰা বঞ্চিত হল সুনীল…

জিএনআৰচি মেডিশ্বপত প্রার্থীৰ আৱশ্যক

🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ মার্চ জিএনআৰচি মেডিশ্বপ প্রাইভেট লিমিটেডত খালী হোৱা একাধিক পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷