গৌৰৱ পত্নীৰ পাকিস্তানৰে সম্পর্কৰ তথ্য পাইছে এছআইটিয়ে, ছেপ্টেম্বৰৰ ভিতৰত তদন্ত সামৰাৰ নির্দেশ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্নৰ পাকিস্তানৰ সৈতে সম্পর্কৰ তদন্তই ক্ষিপ্রতা লাভ কৰিছে৷ আজি এই কথা প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এছআইটিয়ে চলাই থকা এই তদন্ত সম্পর্কত…