নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

GMCHত আজব কাণ্ড, খুৰাকৰ মৃতদেহ নিবলৈ আহি লৈ গ’ল আনৰ মৃতদেহ, আটক ভতিজাক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত সংঘটিত হ’ল এক আজব ঘটনা৷ খুৰাকৰ মৃতদেহ বুলি এজন যুৱকে আন এজন লোকৰ শৱ লৈ যোৱা ঘটনাক কেন্দ্র কৰি উদ্ভৱ হয় এক আজব পৰিস্থিতিৰ৷ উল্লেখ্য যে জিএমচিএইচলৈ অনাৰ পথত…

বুদ্ধদীপ গগৈ-পদ্মধৰ নায়কক ৰাজ্য চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা নিযুক্তি, ন্যায়িক বিভাগৰ অধিসূচনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ ৰাজ্য চৰকাৰে অধিবক্তা বুদ্ধদীপ গগৈ আৰু পদ্মধৰ নায়কক অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি দিছে৷ ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগৰ আয়ুক্ত সচিব আদিত্য হাজৰিকাই এক অধিসূচনাৰ জৰিয়তে তৎকালীনভাৱে বলৱৎ হোৱাকৈ তেওঁলোকক…

দক্ষিণ কোৰিয়াত বনজুইত ২৪জনৰ প্রাণহানি

🔹 ২৭ সহস্রাধিক লোকৰ ঘৰ এৰি পলায়ন নিউজ ডেস্ক, ২৭ মার্চ : বিধ্বংসী বনজুইৰ কবলত পৰিছে দক্ষিণ কোৰিয়া৷ দেশখনৰ বিস্তীর্ণ প্রান্তলৈ বিয়পিছে লেলিহান শিখা৷ প্রতিকূল বতৰৰ বাবে জুই নির্বাপণ কৰাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈছে অগ্ণিনির্বাপক বাহিনী তথা…

মানুহ হত্যা কৰাতকৈও গছ কটা অধিক গুৰুতৰ অপৰাধ, ক্ষুব্ধ ছুপ্রিম ক’ৰ্ট

নিউজ ডেস্ক, ২৭ মার্চঃ মানুহ হত্যাতকৈও গুৰুতৰ অপৰাধ গছ কটা৷ গছ কটাক লৈ এই গুৰুত্বপূর্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ৷ বনাঞ্চল ধ্বংসই জলবায়ু পৰিৱর্তনেৰে পৃথিৱীলৈ অশনি সংকেত কঢ়িয়াই অনা সন্দর্ভত উদ্বিগ্নতা প্রকাশ কৰি গছ কটাক লৈ গুৰুত্বপূর্ণ ৰায় দিয়ে…

সৌগাত–ই–মোদী, ৩২ লাখ দৰিদ্র মুছলিম পৰিয়ালক ঈদৰ উপহাৰ মোদীৰ

নিউজ ডেস্ক, ২৭ মার্চঃ ঈদ উপলক্ষে দেশৰ ৩২টা দৰিদ্র মুছলিমক উপহাৰ আগবঢ়াব মোদী চৰকাৰে৷ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ঈদ উপলক্ষে ‘সৌগাত–ই–মোদী’ৰ অধীনত অত্যাৱশ্যকীয় সামগ্রীৰ বিশেষ কিট দৰিদ্র মুছলিমক উপহাৰ হিচাপে আগবঢ়াব৷ ইতিমধ্যে দক্ষিণ–পূব…

থানাতে স্বামীক ঘোচা বিশ্ব চেম্পিয়ন বক্সাৰ ছুইটীৰ, শহুৰেকৰ পৰা লৈছিল ২.৫ কোটিৰ গাড়ী

নিউজ ডেস্ক, ২৭ মাৰ্চঃ ভাৰতৰ প্রাক্তন কাবাদী খেলুৱৈ দীপক নিৱাছ হুদা আৰু তেওঁৰ বক্সাৰ পত্নী ছুইটী বৰাৰ মাজত বিবাহ বিচ্ছেদৰ প্রক্রিয়া চলি আছে৷ সেই গোচৰ সন্দর্ভত তেওঁলোকক থানালৈ মাতি অনা হৈছিল আৰু থানাতে ছুইটীয়ে স্বামী দীপকক ঘোচা মাৰে৷ আৰক্ষীৰ…

আইচিচি টি–২০ ৰেংকিঙৰ দ্বিতীয় স্থানত অভিষেক শর্মা, অলৰাউণ্ড শাখাৰ শীর্ষত হার্দিক পাণ্ডিয়া

নিউজ ডেস্ক, ২৭ মাৰ্চঃ টীম ইণ্ডিয়াৰ অপেনাৰ অভিষেক শর্মাই আইচিচি টি–২০ ৰেংকিঙৰ বেটিং শাখাৰ দ্বিতীয় স্থানটো অক্ষুণ্ণ ৰাখিছে৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে ঘোষণা কৰা ৰেংকিঙৰ বেটিং শাখাত ৮২৯ ৰেটিং পইণ্টেৰে অভিষেকে দ্বিতীয় স্থানটো নিজৰ দখলতে…

বিশ্বকাপ ফুটবললৈ যোগ্যতা অর্জন আর্জেণ্টিনাৰ, বিশ্ব চেম্পিয়নৰ হাতত বিধ্বস্ত ব্রাজিল

নিউজ ডেস্ক, ২৭ মাৰ্চঃ খেলপথাৰত নমাৰ কেইঘণ্টামান পূর্বেই ২০২৬ চনৰ ফিফা বিশ্বকাপ ফুটবললৈ যোগ্যতা অর্জন কৰিছিল আর্জেণ্টিনাই৷ ফলত ব্রাজিলৰ বিপক্ষে খেলা বিশ্বকাপ কোৱালিফায়াৰৰ মেচখন আর্জেণ্টিনাৰ বাবে সন্মান ৰক্ষাৰ যুঁজ হিচাপে পৰিণত হয়৷ বুয়েনছ…

বর্ষাপাৰাত বিজয়বঞ্চিত ৰিয়ানৰ ৰাজস্থান, ডি ককৰ দৰ্শনীয় বেটিঙেৰে জয় KKRৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ বর্ষাপাৰাতো বিজয় বঞ্চিত ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছ৷ চলিত আইপিএলৰ নিজৰ দ্বিতীয়খন মেচতো পৰাজয়ৰ সন্মুখীন হয় ৰাজস্থান৷ ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হোৱাৰ পাছত চলিত আইপিএলৰ বর্ষাপৰাৰ এচিএ ষ্টেডিয়ামত…