নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গুজৰাট টাইটানছৰ বিপক্ষে জয় পঞ্জাব কিংছৰ, দুর্দান্ত শ্রেয়াছ, বিস্ফোৰক শশাংক

নিউজ ডেস্ক, ২৬ মাৰ্চঃ পঞ্জাব কিংছে জয়েৰে চলিত আইপিএলত অভিযান আৰম্ভ কৰিছে৷  আহমেদাবাদত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত পঞ্জাবে গুজৰাট টাইটানছক ১১ ৰানত পৰাস্ত কৰে৷ মেচখনত পঞ্জাবে জয়ৰ বাবে বান্ধি দিয়া ২৪৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ ছাই…

বর্ষাপাৰাত আজি ৰাজস্থান ৰয়েলছৰ সন্মুখত নাইট ৰাইডার্ছ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ চলিত আইপিএলত আৰম্ভণি সুখকৰ নাছিল ৰাজস্থান ৰয়েলছৰ লগতে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছৰ৷ প্রতিযোগিতাখনৰ নিজৰ প্রথমখন মেচতে পৰাজয়ৰ সন্মুখীন হয় দুয়োটা দল৷ সেয়েহে আজি গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ মার্চ,চ’ত মাহৰ ১২ তাৰিখ বুধবাৰঃ তিথি– কৃষ্ণা দ্বাদশী, নক্ষত্রঃ ধনিষ্ঠা, যাত্রাঃ শুভ মেষঃ ধর্মীয় অনুষ্ঠানৰ প্রতি ব্যস্ততা বাঢ়িব৷ মনৰ অস্থিৰতা বাঢ়িব৷ বিদ্যাত শুভ৷ নীলা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ২৷ বৃষঃ পুৰণি সমস্যা সমাধান হ’ব৷ ধন…

চিনামৰাত ৰেলৰ খুন্দাত নিহত এজন লোক

নিয়মীয়া বাৰ্তা, ২৫ মার্চঃ দক্ষ‍িণ যোৰহাটৰ চিনামৰা আৰক্ষী চকীৰ অন্তর্গত ৰূপনগৰৰ সমীপত আজি পুৱা এজন লোকৰ ৰেল দুর্ঘটনাত মৃত্যু হয়৷ জানিব পৰা মতে চিনামৰাৰ জখলাপাৰা নিবাসী গগেন প্ৰধান নামৰ ৫৬ বছৰীয়া লোকজনে আজি পুৱা ৮ বজাত ওচৰতে বজাৰ কৰিবলৈ…

ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু-২০২৫ৰ দিন ঘোষণা, উদযাপন সমিতি গঠন

নিয়মীয়া বার্তা, ২৫ মাৰ্চঃ আৰম্ভ হ'ল ঐতিহ্যমণ্ডিত ঢকুৱাখনাৰ ফাটবিহু ২০২৫ বৰ্ষৰ আনুষ্ঠানিক প্ৰস্তুতি। অহা ৯, ১০ আৰু ১১ মে'ত তিনিদিনীয়াকৈ উদযাপিত হ'ব অসমৰ লোকসংস্কৃতিত অনন্য স্থান দখল কৰা ঢকুৱাখনাবাসীৰ প্ৰাণৰ উৎসৱ ফাটবিহু। আহোম ৰাজত্বকালৰে…

টাই আহোমে কঁপালে শিৱসাগৰ, বৰ্ডিং খেলপথাৰত আটাছুৰ বৃহৎ গণসমাৱেশ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ জনজাতিকৰণ আৰু স্বায়ত্বশাসনৰ দাবীত আজি শিৱসাগৰত অনুষ্ঠিত হয় এক বিশাল গণ সমাৱেশ। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে সমাৱেশত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কয় যে, টাই আহোম জনগোষ্ঠীক চৰকাৰে নিঃশেষ কৰাৰ কূট-কৌশল ৰচনা…

নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা ছুমোৰ, বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ শোণিতপুৰৰ বালিপৰাৰ পাটগাঁৱত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুঘৰ্টনা। জানিব পৰা মতে আজি ৩:৩০ মান বজাত বালিপৰা-ধেমাজি সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বালিপৰা দিশৰপৰা তেজপুৰ দিশলৈ গৈ থকা এখন এ এছ ০১ কে চি ৯১৭৮ নম্বৰৰ টাটা…

নগৰবেৰাত জঘন্য কাণ্ড, প্ৰেমিকাক অন্তঃসত্ত্বা কৰি আৰক্ষীৰ জালত প্ৰেমিক

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ নগৰবেৰাত জঘন্য কাণ্ড। প্ৰেমৰ ছলনাৰ প্ৰেমিকৰ নিকৃষ্ট কাণ্ড। বিয়াৰ প্ৰলোভনেৰে প্ৰথমে বলপূৰ্বক ধৰ্ষণ আৰু পাছলৈ অন্তঃসত্ত্বা হয় প্ৰেমিকা। প্ৰেমিক ছানিদুলৰ এই জঘন্য কাণ্ড। সন্তানৰ দায়িত্ব লোৱাৰ পৰিবৰ্তে পলায়নহে কৰে…

নগাঁৱত বিহু সুৰক্ষা সমিতিৰ বিহুনাচ, বিহুবাদ্য বাদনৰ কৰ্মশালাৰ সামৰণি

বিশেষ বাৰ্তা, ২৫ মাৰ্চঃ অসমৰ লোককৃষ্টি সমুহৰ ভিতৰত অন্যতম হল বিহু। এই বিহুক সঠিক ভাবে উপস্থাপনৰ বাবে বিহু সুৰক্ষা সমিতি অসমৰ নগাঁও জিলা সমিতিয়ে পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে সমিতিৰ নগাঁও জিলা সমিতিয়ে  বিগত বৰ্ষসমূহৰ দৰে এইবাৰো…

ক্ৰিকেটাৰ নহ’লে বিমানৰ পাইলট হিচাপে মই কেৰিয়াৰ গঢ়িলোহেঁতেন

নিউজ ডেস্ক, ২৫ মাৰ্চঃ ক্ৰিকেটত আছে জণ্টি ৰোডছ, ৰবীন্দ্ৰ জাডেজা আৰু এ বি ডি ভিলিয়াৰ্ছৰ দৰে মহান ফিল্ডাৰ। কিন্তু বিগত কিছুদিনৰ পৰা নিউজিলেণ্ডৰ গ্লেন ফিলিপছে বিস্ফোৰক বেটিঙতকৈ ফিল্ডিঙৰ বাবেহে বেছিকৈ শিৰোনাম দখল কৰি আহিছে। তেওঁ অত্যন্ত চঞ্চল,…