নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বঙাইগাঁৱত দুৰ্ঘটনা সংঘটিত কৰা কনিষ্টবলক জেললৈ প্ৰেৰণ, আৰক্ষীৰ তদন্তত অসন্তুষ্ট ডিৱাইএফআই

বিশেষ বাৰ্তা, ২৬ মাৰ্চঃ বঙাইগাঁও পাগলাস্থানত পথ দুৰ্ঘটনা সংঘটিত কনিষ্টবল নিলেশ্বৰ মেধীক জেল হাজোতলৈ প্ৰেৰণ কৰে৷ আৰক্ষীয়ে নিলেশ্বৰ মেধীক বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত ন্যায়িক জিম্মাত প্ৰেৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১২৫…

বনাঞ্চলত অবৈধ ৰিজ’ৰ্ট নির্মাণ, চন্দ্রপুৰ–পাণবাৰীত বন্যহস্তীৰ বিচৰণত আতংক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ বনধ্বংসৰ কুফল ভোগ কৰিবলগীয়া হৈছে আমচাং অভয়াৰণ্যৰ দাঁতি–কাষৰীয়া অঞ্চলৰ বাসিন্দাই৷ আমচাং অভয়াৰণ্যত দুষ্টচক্রই বন বিভাগৰ ছত্রছায়াত গছ–গছনি কাটি তহিলং কৰাৰ লগতে বনাঞ্চলত অবৈধভাৱে ৰিজ’ৰ্ট নির্মাণ কৰি চলাই আছে…

সম্পাদকীয় : কিশোৰ–যুৱকৰ মানসিক স্বাস্থ্য

বিভিন্ন বয়সৰ ছাত্র–ছাত্রীয়ে আত্মহত্যা কৰা বাতৰি আহিয়েই থাকে আৰু এনে সংবাদে সকলোকে স্পর্শ কৰি যায়৷ তেওঁলোকৰ মানসিক স্বাস্থ্যৰ সংকটকেই এই কৰুণ বিপর্যয়ৰ মূল কাৰণ বুলি ঠিৰাং কৰা হৈছে৷ শেহতীয়া পৰিসংখ্যাহ হংগিত দিছে যে প্রায় ৬০ শতাংশ…

দ্বাদশৰ পাঠদান আৰম্ভৰ পাছতহে একাদশৰ পৰীক্ষা, ১৫ বিদ্যালয়ৰ এফিলিয়েচন বাতিল

📌 ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ ঘোষণা 📌 প্রশ্নকাকত ফাদিল কাণ্ডত জড়িত ১২ ব্যক্তিগত খণ্ডৰ ৩ প্রাদেশীকৃত স্কুলৰ স্বীকৃতি বাতিল 📌একাদশ শ্রেণীত কৰিব নোৱাৰিব নামভর্তিঃ শিক্ষামন্ত্রী ডাঃ পেগু নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ প্রশ্নকাকত ফাদিল…

১ এপ্রিলৰ পৰা সলনি বিদ্যুতৰ নিৰিখ, সাধাৰণ ঘৰুৱা গ্রাহকৰ ইউনিটেপতি হ্রাস ১ টকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ বিদ্যুৎ উপভোক্তালৈ সুখবৰ কঢ়িয়াই অহা ১ এপ্রিলৰ পৰা শক্তি বিভাগে হ্রাস কৰিব বিদ্যুতৰ নিৰিখ৷ ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ সকলো জীৱনধাৰা আৰু ঘৰুৱা উপভোক্তাৰ বাবে বিদ্যুতৰ শুল্ক প্রতি ইউনিটত ১ টকাকৈ হ্রাস কৰা…

দিল্লীত জলশক্তি মন্ত্ৰীক সাক্ষাৎ, শিলসাঁকো বিল পুনৰুজ্জীৱিতকৰণৰ পদক্ষেপ মুখ্যমন্ত্রীৰ

বিশেষ বার্তা, ২৬ মার্চঃ নতুন দিল্লী ভ্রমণৰত ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাটিলক সাক্ষাৎ কৰি শিলসাঁকো বিল পুনৰুজ্জীৱিতকৰণক্ লৈ এখন বৈঠকত মিলিত হয়৷ নতুন দিল্লীস্থিত পাটিলৰ চৰকাৰী বাসভৱনত হোৱা…

কংগ্রেছত পুনৰ ভূপেন বৰাবিৰোধী অভিযান, দিল্লীত দুই বিধায়িকাৰ বাহৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ কংগ্রেছত পুনৰ আৰম্ভ হৈছে ভূপেন বৰাবিৰোধী অভিযান৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ কর্মকাণ্ডত অসন্তুষ্ট হৈ এইবাৰ শীর্ষ নেতৃত্বক অভিযোগ দাখিল কৰিবলৈ নতুন দিল্লীত অৱস্থান কৰিছে দলটোৰ দুই মহিলা বিধায়ক নন্দিতা…

পৰকীয়া প্রেমৰ বাবেই হত্যা, স্বামী খাইৰুলৰ টকাৰে ৩ বিউটী পার্লাৰ খুলিছিল চালেহাই

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ অকল সম্পত্তিকেন্দ্রিক বিবাদেই নহয়, অন্য যুৱকৰ সৈতে থকা সম্পর্কও কাল হৈ পৰিছিল দাঁতালপাৰাৰ চালেহা বেগমৰ বাবে৷ গোৱালপাৰাৰ পঞ্চৰত্নত স্বামী খাইৰুল ইছলামৰ নৃশংসতাৰ বলি হৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা চালেহা…

নুৰুল হুদাক শীঘ্রে জেৰা কৰিব দিছপুৰ আৰক্ষীয়ে, বিধায়ক পদ খাৰিজৰ দাবী বিজেপিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক প্রহাৰক লৈ ক্রমাৎ বিপদৰ সন্মুখীন হৈছে কংগ্রেছ বিধায়ক নুৰুল হুদা৷ সোমবাৰে কংগ্রেছৰ প্রতিবাদক কেন্দ্র কৰি সৃষ্টি হোৱা এক অবাঞ্ছিত ঘটনাত উপাধ্যক্ষ নোমল মমিনক নুৰুল হুদাই…

মোৰ ওপৰত আস্থা–বিশ্বাস ৰখাৰ বাবে ৰয়েলছৰ ওচৰত কৃতজ্ঞ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ ‘আইপিএল দল এটাক নেতৃত্ব দিব পৰাটো মোৰ বাবে গৌৰৱৰ কথা৷ ইয়াৰ বাবে মই ৰাজস্থান ৰয়েলছৰ প্রতি চিৰকৃতজ্ঞ৷ মই পূর্বে ৰাজ্যিক দলক নেতৃত্ব দিছিলোঁ যদিও আন্তর্জাতিক স্তৰত কেতিয়াও এনে দায়িত্ব পোৱা নাছিলোঁ৷ মোৰ…